ETV Bharat / briefs

উৰিয়ামঘাটত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় স্মৃতি দিৱস - দুদিনীয়া কাৰ্যসূচী

উৰিয়ামঘাটৰ বীৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় স্মৃতি দিৱস, য'ত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি প্ৰদৰ্শন অনুষ্ঠানো অনুষ্ঠিত কৰা হয়

দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় স্মৃতি দিৱস
author img

By

Published : Apr 23, 2019, 4:43 PM IST

গোলাঘাট,২৩ এপ্ৰিল : অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট জয়াপথাৰ বীৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে এক বৰ্ণাধ্য অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানখন চুতীয়া জাতিৰ গৌৰৱ,চুতীয়াৰ মহিয়সী নাৰী বীৰাংগনা সতী সাধনীৰ নামত নামাকৰণ কৰি স্মৃতি দিৱস হিচাপে পালন কৰা হয় । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে জাতি-জনগোষ্ঠীসকলৰ নৃত্য-গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় | দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানখনৰ সামৰণি পৰে সোমবাৰে । ইয়াৰ উপৰিও এই অনুষ্ঠানখনত প্ৰতিযোগিতামূলক অনুষ্ঠানসমূহৰ বটাঁ বিতৰনী অনুষ্ঠান, মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, বিশেষ বটাঁ প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

Intro:ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট জয়াপথাৰ বীৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰ খেলপথাৰত দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীয়ে চুতীয়া জাতিৰ গৌৰৱ,চুতীয়াৰ মহিয়সী নাৰী বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস যোৱা কালি সফল সামৰণি পৰে
Body:দ্বিতীয় দিনাৰ কাৰ্যসূচী ক্ৰমে বৰ্ণাধ্য কাৰ্যসূচীয়ে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, দুবৰি দলিচাত জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি প্ৰদৰ্শন অনুষ্ঠান অনুষ্ঠিত হয় | ইয়াৰ পিছতে প্ৰতিযোগিতা সমূহৰ বটাঁ বিতৰনী অনুষ্ঠান, মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, বিশেষ বটাঁ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ।

Conclusion:সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.