ETV Bharat / briefs

পাৰমাণৱিক আক্ৰমণৰ প্ৰতিশোধৰ অধিকাৰ সুৰক্ষিত কৰিছে ৰাছিয়াই - ৰাছিয়াৰ পৰমাণু প্ৰতিশোধ নীতি

ৰাছিয়াৰ পৰমাণু প্ৰতিশোধ নীতিৰ মূল উদ্দেশ্য হৈছে তেওঁলোকৰ পৰমাণু ক্ষমতা সুনিশ্চিত কৰিবলৈ পৰ্যাপ্ত স্তৰত নিজৰ ক্ষমতা অক্ষুন্ন ৰখা । ইয়াৰ উপৰিও ৰাষ্ট্ৰখনৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা,নিজ দেশ তথা দেশৰ নাগৰিকৰ বিৰুদ্ধে হোৱা আক্ৰমণক ৰোধ কৰা ।

পাৰমাণৱিক আক্ৰমণৰ প্ৰতিশোধৰ অধিকাৰ সুৰক্ষিত কৰিছে ৰাছিয়াই

author img

By

Published : Jun 3, 2020, 5:49 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৩ জুন: ৰাছিয়াৰ পাৰমাণৱিক প্ৰতিৰোধৰ ৰাষ্ট্ৰীয় নীতিৰ মূল সিদ্ধান্ত গ্ৰহণ কৰা সূত্ৰ অনুসৰি,পাৰমাণৱিক আক্ৰমণৰ প্ৰতিশোধৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিছে ৰাছিয়াই য'ত ইতিমধ্যে ৰাছিয়ান ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে হস্তাক্ষৰ কৰি থোৱা বুলি জানিব পৰা গৈছে।

পাৰমাণৱিক আক্ৰমণৰ প্ৰতিশোধৰ অধিকাৰ সুৰক্ষিত কৰিছে ৰাছিয়াই
পাৰমাণৱিক আক্ৰমণৰ প্ৰতিশোধৰ অধিকাৰ সুৰক্ষিত কৰিছে ৰাছিয়াই

উক্ত অধিকাৰত উল্লেখ কৰা আছে যে,ৰাছিয়াৰ পাৰমাণৱিক দিশটোত ৰক্ষণাবেক্ষণ দিয়াতো অতি জৰুৰী আৰু পাৰমাণৱিক ক্ষমতাক সুনিশ্চিত কৰিবলৈ নিজৰ ক্ষমতা অটুট ৰখাতো অতি প্ৰয়োজনীয়। ৰাষ্ট্ৰখনৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা,নিজ দেশ তথা দেশৰ নাগৰিকৰ বিৰুদ্ধে হোৱা আক্ৰমণক ৰোধ কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে ।

পৰমাণু প্ৰতিৰোধৰ উপৰিও ৰুছে হাইপাৰচনিক আৰু লেজাৰ অস্ত্ৰ স্থাপন,ক্ষেপণাস্ত্ৰ বহন আৰু ষ্ট্ৰাইক ড্ৰোণ,গণহত্যাৰ অন্যান্য অস্ত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে । ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু ষ্ট্ৰাইক প্ৰণালী মোতায়েনক ভাবুকি মানি লোৱা হৈছে আৰু ইয়াৰ বাবে পাৰমাণৱিক প্ৰতিশোধ অতি প্ৰয়োজনীয় ।

লগতে পঢ়ক: ৰঙিয়াত সহস্ৰাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কংগ্ৰেছ দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.