ETV Bharat / briefs

তিনিচুকীয়াৰ বিদ্যালয়ৰ খহি পৰিল চালি ! - কাকপথাৰ

বিদ্যালয়খনৰ শিক্ষয়ত্ৰীৰ মত অনুসৰি ১৯৫৭ চনত স্থাপন কৰা  বিদ্যালয়খনৰ গৃহটো ১৯৬৩ চনতেই নিৰ্মাণ কৰা হৈছিল  যদিও তাৰ পাছৰে পৰা মেৰামতিৰ বাবে কোনো ব্যৱস্থা  গ্ৰহণ কৰা হোৱা নাই বিদ্যালয় গৃহটোৰ ।

তিনিচুকীয়াত বিদ্যালয়ৰ খহি পৰিল চালি
author img

By

Published : Jun 22, 2019, 9:38 PM IST

তিনিচুকীয়া,22জুন : শুকুৰবাৰে নিশা তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৫৭ চনত স্থাপিত হোৱা ৰূপাই প্ৰাথমিক বিদ্যালয়ৰ খহি পৰে চালি । বিদ্যালয়খনৰ শিক্ষয়ত্ৰীৰ মত অনুসৰি ১৯৫৭ চনত স্থাপন কৰা বিদ্যালয়খনৰ গৃহটো ১৯৬৩ চনতেই নিৰ্মাণ কৰা হৈছিল যদিও তাৰ পাছৰে পৰা মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বিদ্যালয় গৃহটোৰ । বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থাৰ সম্পৰ্কে জনাই আহিছে যদিও কৰ্তৃপক্ষ তথা শিক্ষা বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । শীঘ্ৰেই বিদ্যালয়খনৰ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে যিকোনো মূহূৰ্ততে ভয়ংকৰ বিপদ নামি অহাৰ প্ৰকট হৈ পৰিছে । যাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল সংকিত হৈ পৰিছে ।

তিনিচুকীয়াত বিদ্যালয়ৰ খহি পৰিল চালি

ইফালে, এই দুৰ্ঘটনাটো নিশা সংঘটিত হোৱাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ।

Intro:Date: 22-06-2019

Sluge: ৰূপাইত খহি পৰিল প্ৰাথমিক বিদ্যালয়ৰ এচবেচট'চ Asbestos sheet (টিং) ।
সংকিত ছাত্ৰ-ছাত্ৰী ।

V/O: তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৫৭ চনত স্থাপিত ৰূপাই প্ৰাথমিক বিদ্যালয় । শুকুৰবাৰে নিশা বিদ্যালয়খনৰ বাৰাণ্ডাৰ এচবেচট'চ Asbestos sheet (টিং)ৰ এটা অংশ খহি পৰিল । দৌৱক্ৰমে এই এচবেচট'চ Asbestos sheet (টিং)ৰ অংশটো নিশা খহি পৰাৰ বাবে ছাত্ৰ-ছাত্ৰী এক ভংঙ্কৰ দূৰ্যোগৰ পৰা ৰক্ষা পৰে । বিদ্যালয়খনৰ শিক্ষয়ত্ৰীৰ মতে ১৯৫৭ চনত স্থাপিত বিদ্যালয়খনৰ গৃহটো ১৯৬৩ চনত নিৰ্মাণ কৰা হৈছিল যদিও তাৰ পাছৰে পৰা কোনো মেৰামতি বা পূণ-নিৰ্মানৰ ব্যৱস্থা কৰা হেৱা নাই । বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ বিদ্যালয়খনৰ জৰাজিৰ্ণ অৱস্থাৰ সম্পৰ্কে জনাই আহিছে যদিও কৰ্তৃপক্ষ তথা শিক্ষা বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে । যদিহে শিঘ্ৰেই বিদ্যালয়খনৰ গৃহটো পূ্ণ-নিৰ্মাণ কৰা নহ'য় তেন্তে যিকোনো মূহূৰ্তত এক ভয়াবহ বিপত নামি অহাটো প্ৰকট হৈ পৰিছে ।

Byte: শিক্ষয়ত্ৰী ।Body:Date: 22-06-2019

Byte: শিক্ষয়ত্ৰী ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.