ETV Bharat / briefs

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তী সমাৰোহ উদযাপনৰ প্ৰস্তুতি

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি তুংগত ৷  অহা 10 মে’ৰ পৰা 12 মে’লৈকে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহ ৷

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তী সমাৰোহ উদযাপনৰ প্ৰস্তুতি
author img

By

Published : Apr 30, 2019, 3:01 AM IST

তেজপুৰ, 30 এপ্ৰিল: দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি তুংগত ৷ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ইটখোলাৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰী সকলৰ উদ্যমেৰে অহা 10 মে' ৰ পৰা 12 মে' লৈকে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহ ৷

দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণালী জয়ন্তী সমাৰোহ উদযাপনৰ প্ৰস্তুতি

জ্ঞানৰ পোহৰ বিলোৱাৰ মহান উদ্দেশ্যে কেইগৰাকীমান শিক্ষাসেৱী তথা কৰ্মযোগী ব্যক্তিৰ মহান ত্যাগৰ প্ৰচেষ্টাৰ বিনিময়ত ১৯৬৮ চনত প্ৰতিষ্ঠা লাভ কৰিছিল এই দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে ৷ আজি এই বিদ্যালয় খনে সম্পূৰ্ণ কৰিলে 50 বছৰ ৷ 10 মে' ত আৰম্ভ হ'বলগীয়া এই সোণালী জয়ন্তী সমাৰোহত বিধায়ক পদ্ম হাজৰিকাই পতাকা উত্তোলন কৰাৰ লগতে উপস্থিত থাকিব বহুতো গণ্য-মান্য ব্যক্তি ৷ ইয়াৰ উপৰিও তেজপুৰ বিশ্ববিদ্যালয় অৱসৰ প্ৰাপ্ত উপাচাৰ্য ডঃ মিহিৰ কান্তি চৌধুৰী ৷ লগতে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

Intro:তেজপুৰ,29 এপ্ৰিল : দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি তুংগত ।শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ইটখোলা ৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰী সকলৰ উদ্যমৰে এই বাৰ সোনালী জয়ন্তী ৰ বাবে অহা১০ৰ পৰা ১২ মে তাৰিখলৈকে তিনি দিনিয়া কাৰ্য্য সূচী ৰে উদযাপন কৰিবলৈ লৈছে ।

Body:বৃহত্তৰ ইটখোলা অঞ্চলৰ তৎকালীন জনজীৱনত , জ্ঞানৰ পোহৰ বিলোৱা মহান উদ্দেশ্যে কেইগৰাকীমান শিক্ষা সেবী তথা কৰ্ম যোগী ব্যক্তিৰ মহান ত্যাগ ৰ প্ৰচেষ্টাৰ বিনিময়ত ,১৯৬৮ চনত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছিল ।
আৰু এই মহান প্ৰচেষ্টা বৰ্তমান সোণালী জয়ন্তী বৰ্ষ গৰকিলে , সেই উদ্দেশ্যে অহা১০ মে তাৰিখে স্থানীয় বিধায়ক পদ্ম হাজৰিকা ই পতাকা উত্তোলন কৰি আৰম্ভ কৰিব লগীয়া এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞজনৰ লগতে মূল সভাৰ উদ্ধোধক তেজপুৰ বিশ্ববিদ্যালয় অৱসৰ প্ৰাপ্ত উপাচাৰ্য ডঃ মিহিৰ কান্তি চৌধুৰী আৰু বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব আছু ৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য ।
Byte: দিলীপ ৰাজবংশী ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ
২৯/৪/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.