ETV Bharat / briefs

তিতাবৰত পানী যোগান আঁচনিত দুৰ্নীতিৰ অভিযোগ!

যোৰহাটপৰ তিতাবৰ মহকুমাত নিৰ্মাণ কৰা হৈছিল 100 কোটি টকীয়া পানী যোগান আঁচনি ৷ কিন্তু অতি কম দিনৰ ভিতৰত বিকল হৈ পৰে আঁচনিখন ৷ যাৰ ফলত আৰ্চেনিকযুক্ত পানী সেৱন কৰিবলগীয়া হয় অঞ্চলবাসীয়ে

author img

By

Published : Apr 5, 2019, 7:48 PM IST

Updated : Apr 5, 2019, 7:54 PM IST

তিতাবৰত পানী যোগান আঁচনিত দুৰ্নীতি

যোৰহাট, 5 এপ্ৰিলঃ তিতাবৰ মহকুমাৰ 100 কোটি টকীয়া পানী যোগান আঁচনিত ব্যাপক দুৰ্নীতি ৷ পানী যোগান আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কংগ্ৰেছী নেতা, পালি নেতাৰ বিৰুদ্ধে ৷ যোৰহাটৰ তিতাবৰ মহকুমাত নিৰ্মাণ কৰা হৈছিল 100 কোটি টকীয়া পানী যোগান আঁচনি ৷ কিন্তু অতি কম দিনৰ ভিতৰত বিকল হৈ পৰে আঁচনিখন ৷ যাৰ ফলত আৰ্চেনিকযুক্ত পানী সেৱন কৰিবলগীয়া হয় অঞ্চলবাসীয়ে ৷ স্থানীয় বাসিন্দাই আঁচনিখনৰ দুৰ্নীতি বিৰুদ্ধে তদন্তৰ দাবী জনাই যদিও ৰাজ্যত শাসনধীষ্ঠ চৰকাৰখনে বৰ্তমান পৰ্যন্ত দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ কৰা নাই তদন্ত ৷ আনহাতে, তিতাবৰত শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ তিতাবৰৰ উন্নয়ন লাগিলে বিজেপিক ভোট দিবলৈ আগবঢ়োৱা মন্তব্যই ক্ষোভিত কৰিছে অঞ্চলবাসীক ৷

Intro:তিতাবৰ মহকুমা ১০০কোটি টকীয়া পানী যোগান আচনিৰ ব্যাপক দুৰ্নীতি লুটি পুতি খালে কংগ্ৰেছী নেতা পালি নেতা বিষয়াইBody:তিতাবৰ ১০০ কোটি টকীয়া পানী যোগান আচনি হল বিফল । কংগ্ৰেছ চৰকাৰে তিতাবৰ বাসীক আচেনীক মুক্ত পানী খোৱা নাম ধনী কৰিলে একাংশ কংগ্ৰেছী তথা জন স্বাস্থ্যকাৰী বিষযাক। তদন্তৰ সাহস গোটাব পৰা নাই বিজেপি চৰকাৰে ।দুৰ্নীতিৰ লগ আপোচ নকৰা মুখ্য মন্ত্ৰীয়ে আজি তদন্ত ঘোষণা কৰিব সাহস গোটাব পৰা নাই। তপন গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি তিতাবৰ ৰাইজক কলে যদি তিতাবৰ উন্নয়ন লাগে বিজেপি দলক ভোটা দিয়ক Conclusion:
Last Updated : Apr 5, 2019, 7:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.