ETV Bharat / briefs

গোলাঘাটত নিশা আৰক্ষীৰ অভিযানঃ অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ দুজনক - Etv bharat

জব্দ দুটা 0.22 পিষ্টল আৰু 6 ৰাউণ্ড সজীৱ গুলী

গোলাঘাটত নিশা আৰক্ষীৰ অভিযান
author img

By

Published : May 18, 2019, 4:04 PM IST

গোলাঘাট, ১৮ মে': গোলাঘাটৰ কমাৰবন্ধা অঞ্চলত নিশা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে দুজন ব্যক্তিক ৷ নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মৰিয়ণী অভিমুখে যোৱা NL-11-2769 নম্বৰৰ নৈশ বাছ এখনত তালাচী চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৱাই পংটেং আৰু কে হংবা নামৰ ব্যক্তি দুজনক ৷

গোলাঘাটত নিশা আৰক্ষীৰ অভিযান

ব্যক্তি দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটা 0.22 পিষ্টল আৰু 6 ৰাউণ্ড সজীৱ গুলী ৷ ইতিমধ্যে আৰক্ষীয়ে লোক দুজনক গ্ৰেপ্তাৰ কৰি সোধ-পোচ অব্যাহত ৰাখিছে ৷ লোক দুজন দুষ্কৃতিকাৰী নে কোনো উগ্ৰপন্থী দলৰ সদস্য সেয়া আৰক্ষীৰ জেৰাৰ পিছতহে স্পষ্ট হ'ব।

Golaghat 18.05.2019
slug : as_glt_two arrested_vis_byte_7205572
O.C. : গোলাঘাটৰ আৰক্ষীয়ে নিশা অভিযান চলাই অস্ত্ৰ - শস্ত্ৰসহ দুজন নগা ব্যক্তিক গ্ৰেপ্তাৰ কৰে। নগালেণ্ডৰ ডিমাপুৰৰ পৰা মৰিয়ণী দিশে যোৱা NL_11_2769 নম্বৰৰ নৈশ বাছত তালাচী চলাই গ্ৰেপ্তাৰ কৰে  ৱাই, পংটেং ( Y. PONGTENG) আৰু কে , হংবা ( K. HONGBA) নামৰ ব্যক্তি দুজনক। এওঁলোকৰ জিম্মাৰ পৰা দুটা পইন্ট টু টু  পিস্তল আৰু ৬ ৰাউণ্ড সজীৱ গুলি জব্দ কৰে। গোলাঘাটৰ কমাৰবন্ধা অঞ্চলত তালাচী চলাইছিল আৰক্ষীয়ে। আৰক্ষীয়ে দুয়োকে সোধপোচ অব্যাহত ৰাখিছে।আৰক্ষীৰ জেৰাৰ পিছতহে স্পষ্ট হব দুষ্কৃতিকাৰী নে কোনো উগ্ৰপন্থী দলৰ সদস্য ধৃত নগা লোক দুজন।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Footage send by ftp.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.