ETV Bharat / briefs

বন বিভাগৰ নিযুক্তিত ব্যাপক গাফিলতি - forest

পি.চি.চি.এফ ডঃ অভিজিত ৰাভাক বঞ্চিত কৰি কনিষ্ঠ ব্যক্তিক বন বিভাগৰ পদত নিযুক্ত কৰাৰ অভিযোগ

বন বিভাগৰ চৰম গাফিলতি
author img

By

Published : Apr 20, 2019, 6:31 PM IST

গুৱাহাটী,২০ এপ্ৰিল : বন বিভাগত চৰম গাফিলতিৰ অভিযোগ পি.চি.চি.এফ ডঃ অভিজিত ৰাভাৰ । বন বিভাগৰ যোগ্য প্ৰাৰ্থীজনক বঞ্চিত কৰি বহু কনিষ্ঠ ব্যক্তিক প্ৰধান মুখ্য বন সংৰক্ষক পদত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰে ডঃ অভিজিত ৰাভাই । শনিবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত জনালে- ৰাভাক বঞ্চিত কৰি প্ৰধান মুখ্য বন সংৰক্ষক আৰু Head of Forest force(HOFF), Assam পদত এ.এম.সিঙক নিযুক্তি দিয়া হৈছিল । আনহাতে ১৯৮৪চনতেই ভাৰতীয় বন সেৱাৰ বিষয়া ডঃ অভিজিৎ ৰাভাই এই পদ লাভ কৰিব লাগিছিল মন্তব্য কৰে সাংবাদিকৰ আগত ।

বন বিভাগৰ চৰম গাফিলতি

আনহাতে, এই অনিয়ম সন্দৰ্ভত ডঃ ৰাভাই ন্যায়ালয়ৰ কাষ চপাত ১২ এপ্ৰিলত ন্যায়ালয়ে এ.এম.সিঙৰ সলনি ডঃ অভিজিৎ ৰাভাক উক্ত পদত নিযুক্তি দিবলৈ নিৰ্দেশনা দিয়ে ৰাজ্য চৰকাৰে ।

Intro:উপযুক্ত প্ৰাৰ্থী PCCF ডঃ অভিজিত ৰাভাক বঞ্চিত কৰি প্ৰধান মুখ্য বন সংৰক্ষক আৰু Head of Forest force(HOFF), Assam পদত এ এম সিঙক নিযুক্তি দিয়া হৈছিল।

Body:নিয়ম অনুসৰি জ্যেষ্ঠ বন বিষয়াক নিযুক্তি দিব লাগে এই পদত। ১৯৮৪চনৰ বেটছৰ ভাৰতীয় বন সেৱাৰ বিষয়া ডঃ অভিজিৎ ৰাভাই লাভ কৰিব লাগিছিল এই পদ। কিন্তু যোগ্য প্ৰাৰ্থীগৰাকীক বঞ্চিত কৰি কনিষ্ঠ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইফালে এই অনিয়ম সন্দৰ্ভত ন্যায়ালয়ৰ কাষ চাপিছিল ডঃ অভিজিৎ ৰাভা। ১২ এপ্ৰিলত ন্যায়ালয়ে এ এম সিঙৰ সলনি ডঃ অভিজিৎ ৰাভাক উক্ত পদত নিযুক্তি দিবলৈ নিৰ্দেশনা দিয়ে ৰাজ্য চৰকাৰক।

Byte

Asrar Ansari
গুৱাহাটী

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.