ETV Bharat / briefs

খোৱাঙত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

ৰাজ্যৰ প্ৰতিখন জিলাতে এতিয়া অৰুনোদয় আঁচনিৰ সফল ৰূপায়ণৰ বাবে জিলা প্ৰশাসনৰ লগতে মন্ত্ৰী-বিধায়কসকল ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ।

খোৱাঙত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ
Orunodoi scheme is starts at Khowang
author img

By

Published : Dec 19, 2020, 8:49 AM IST

মৰাণ, ১৯ ডিচেম্বৰ : সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো সমষ্টিতে শাসক দল বিজেপিয়ে বৃদ্ধি কৰিছে ৰাজনৈতিক তৎপৰতা । দলীয় ভেঁটি শক্তিশালী কৰিবলৈ অনুষ্ঠিত কৰিছে এটাৰ পাছত আনটো দলীয় অনুষ্ঠান । নিৰ্বাচনক লক্ষ্য কৰিয়েই ৰূপায়ন কৰা হৈছে এখনৰ পাছত আন এখন আঁচনি । যাতে শাসক দলৰ প্ৰতি মোহভংগ নহয় ভোটাৰ ৰাইজ । বিশেষকৈ ৰাজ্যৰ প্ৰতিখন জিলাতে এতিয়া অৰুণোদয় আঁচনিৰ সফল ৰূপায়ণৰ বাবে জিলা প্ৰশাসনৰ লগতে মন্ত্ৰী-বিধায়কসকল ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ।

Orunodoi scheme is starts at Khowang
খোৱাঙত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাং গাঁও পঞ্চায়তৰ অধীনৰ ৬০০ মহিলাৰ মাজত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় । মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে সভাত অংশ লৈ মহিলাসকলক অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে । সভাত খোৱাং গাঁও পঞ্চায়তৰ সভানেত্ৰী শীপ্ৰা ফুকনৰ লগতে ৱাৰ্ডৰ সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক : দুৰ্নীতিৰ ফাইল খোলাৰ ভয়ত বিজেপিমুখী অজন্তা নেওগ : ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.