ETV Bharat / briefs

কেমেৰাৰ সন্মুখত ভাঙি লণ্ড-ভণ্ড নলবাৰীৰ চিকিৎসালয়

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ভাংনামাৰীত স্থানীয় ৰাইজে ভাঙি লণ্ড-ভণ্ড কৰিলে এখন চিকিৎসালয়, চিকিৎসালত চিকিৎসক আৰু নাৰ্ছ উপস্থিত নথকাত চিকিৎসালয়ৰ বাৰাণ্ডাতে সন্তান প্ৰসৱ কৰিবলগীয়া হয় এগৰাকী প্ৰসূতিয়ে, যাৰ বাবে ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷

author img

By

Published : May 12, 2019, 6:12 PM IST

কেমেৰাৰ সন্মুখত ভাঙি লণ্ড-ভণ্ড কৰিলে নলবাৰীৰ চিকিৎসালয়

নলবাৰী,১২মে' : দেওবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ভাংনামাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বৰক্ষেত্ৰীৰ ভাংনামাৰীৰ এখন চিকিৎসালয় ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে স্থানীয় ৰাইজে ।

ঘটনা অনুসৰি, বৰক্ষেত্ৰীৰ ভাংনামাৰীৰ এখন চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্ছ উপস্থিত নথকাত চিকিৎসালয়ৰ বাৰাণ্ডাত গৰ্ভধাৰণ কৰিবলগীয়া হয় এগৰাকী প্ৰসূতিয়ে । ৰহিম আলি নামৰ লোকজনে পত্নীৰ গৰ্ভধাৰণৰ বাবে চিকিৎসালয়খনলৈ লৈ আনিছিল । কিন্তু পুৱাৰ পৰা চিকিৎসকৰ বাবে ৰৈ থাকি অৱশেষত চিকিৎসালয়ৰ বাৰাণ্ডাতে এটি সন্তান জন্ম দিব লগীয়া হয় প্ৰসূতি গৰাকীয়ে । এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে চিকিৎসালয়খন । স্থানীয় ৰাইজৰ মত অনুসৰি দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত চিকিৎসক, স্বাস্থ্যকর্মীয়ে অনিয়মীয়া ভাৱে উপস্থিত হৈ আছে । অঞ্চলবাসী ইয়াৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

Slug Hot Situation
12may
Story FTP

Ocvo=বৰক্ষেত্ৰীৰ ভাংনামাৰী ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত অঘটন। বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ চিকিৎসালয় লণ্ড ভণ্ড কৰিলে আজি ক্ষুব্ধ ৰাইজে। চিকিৎসক- নাৰ্ছৰ অনুপস্থিতত, চিকিৎসালয়ৰ বাৰাণ্ডাত গৰ্ভধাৰণ এগৰাকী প্ৰসুতীৰ। ৰাতি পুৱাৰ পৰাই চিকিৎসালয় খনত উপস্থিত হৈ  ৰখি আছিল চিকিতসকক। ৰহিম আলি নামৰ লোকজনে নিজৰ পত্নীক আনিছিল চিকিৎসালয় খনত। দীৰ্ঘ সময় ধৰি উপস্থিত নহল চিকিৎসক, স্বাস্থ্য কর্মী। অৱশেষত বাৰাণ্ডাত এটা সন্তান জন্ম দিয়ে প্ৰসূতি গৰাকীয়ে।তাৰ পাছত ক্ষুব্ধ হয় স্থানীয় ৰাইজ।
এফালৰ পৰা লণ্ড  ভণ্ড কৰিলে চিকিৎসালয় খন। উল্লেখ যোগ্য যে চিকিৎসালয় খনত দীৰ্ঘ দিন ধৰি চিকিৎসক, স্বাস্থ্য কর্মী অনিয়মীয়া উপস্থিতি বুলি ৰাইজে সদৰী কৰিছে।

কৈলাস ডেকা,নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.