নিউজ ডেস্ক, 25এপ্ৰিলঃ ৰাজপ্ৰসাদ সদৃশ এটা ঘৰ ৷ পুৰুষানুক্ৰমিক শাসনকৰ্তাৰ অনুক্ৰমতেই সজাই তোলা হৈছে এটা ঘৰ ৷ য'ত আপুনি প্ৰৱেশ কৰিলেই দেখিব মোগল সাম্ৰাজ্যৰ নিদৰ্শন ৷ মোগলৰ আৰ্হিত সজাই তোলা এই ঘৰটো আছে তামিলনাডুৰ ভিল্লুপুৰম জিলাত ৷ অত্যাধুনিক পদ্ধতিৰে মোগলৰ দিনৰ বিভিন্ন কাৰ্যকলাপক সমাজৰ মাজত জীয়াই ৰাখিবলৈ সজাই তোলা ঘৰটোক লৈ সকলোৱে আদৰি ল'ব বুলি আশাবাদী স্থপত্যবিদসকল ৷
ভিল্লুপুৰমৰ এটা বিশেষ ৰাজপ্ৰসাদ
ভিল্লুপুৰম জিলাত মোগলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এটা প্ৰকাণ্ড প্ৰসাদ
ভিল্লুপুৰমৰ এটা বিশেষ ৰাজপ্ৰসাদ
নিউজ ডেস্ক, 25এপ্ৰিলঃ ৰাজপ্ৰসাদ সদৃশ এটা ঘৰ ৷ পুৰুষানুক্ৰমিক শাসনকৰ্তাৰ অনুক্ৰমতেই সজাই তোলা হৈছে এটা ঘৰ ৷ য'ত আপুনি প্ৰৱেশ কৰিলেই দেখিব মোগল সাম্ৰাজ্যৰ নিদৰ্শন ৷ মোগলৰ আৰ্হিত সজাই তোলা এই ঘৰটো আছে তামিলনাডুৰ ভিল্লুপুৰম জিলাত ৷ অত্যাধুনিক পদ্ধতিৰে মোগলৰ দিনৰ বিভিন্ন কাৰ্যকলাপক সমাজৰ মাজত জীয়াই ৰাখিবলৈ সজাই তোলা ঘৰটোক লৈ সকলোৱে আদৰি ল'ব বুলি আশাবাদী স্থপত্যবিদসকল ৷
Puducherry, Apr 25 (ANI): The moment you step inside Kanagavel's palatial residence in Puducherry, there is unique aura of Mughal dynasty to welcome the visitors. Located near Villupuram district, the massive bungalow is a masterpiece. Kanagavel has himself designed and implemented construction of the house. He travelled around the places in India and took clues from Taj Mahal and several other historic marvels. The palatial house boasts Darbar Hall, Mughal style gigantic doors and 180 Degree 3D Tiles stacked room. There is also a tunnel to safeguard jewellery like old school. The house could be an inspiration for budding architects and interior designers.
Last Updated : Apr 25, 2019, 2:02 PM IST