ETV Bharat / briefs

সদৌ অসম প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাৰ সংবাদমেল - সবিতা বড়ো

গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাই সংবাদমেল সম্বোধন কৰি সন্থাৰ পৰা দুজন সদস্যক বহিষ্কাৰ কৰা ঘটনাক গৰিহণা

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল
author img

By

Published : May 2, 2019, 7:27 PM IST

গুৱাহাটী, ২ মেঃ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাই সম্বোধন কৰে এখন সংবাদমেল। সন্থাৰ পৰা সবিতা বড়ো আৰু খোদাজা খাতুন নামৰ দুজন সদস্যক বহিষ্কাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি এই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত পূৰ্বৰ সভানেত্ৰী সবিতা বড়ো আৰু খোদাজা খাতুনে নীতি-নিয়ম উলংঘন কৰাৰ লগতে মধ্যাহ্ন ভোজন আচনিৰ দায়িত্ব চৰকাৰে ব্যক্তিগত খণ্ডক দিব বিচৰাত বহিষ্কাৰ কৰা সদস্য দুগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰিছিল । যাৰ বাবে সদস্য দুগৰাকীক বহিষ্কাৰ কৰা হয়। সংবাদমেলত সংস্থাটোৰ বহু গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কেও আলোচনা কৰা হয় ।

Intro:সদৌ অসম প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাৰ সংবাদমেল । সন্থাৰ পৰা বহিষ্কাৰ হোৱা দুই সদস্যৰ বিৰুদ্ধে এই সংবাদমেল । গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এই সংবাদমেলত পূৰ্বৰ সভানেত্ৰী চবিতা বড়ো আৰু খোদাজা খাতুনৰ কু কীৰ্তি ৰ বিৰুদ্ধে সৰৱ হয় । লগতে সন্থাৰ সকলো সদস্য জাহানাৰা বেগমৰ সপক্ষে থকা বুলি সংবাদমেলত অৱগত কৰে ‌ । তেওঁ লোকৰ অভিযোগ মধ্যাহ্ন ভোজন আচনি ব্যক্তিগত খণ্ডক চৰকাৰে গটাব খোজাৰ সময়ত সন্থাৰ বিপৰীত মেৰুত অৱস্থান লৈছিল তেওঁ লোকে । গতিকে তেওঁ লোকক সন্থাৰ পৰা বহিষ্কাৰ কৰা হয় ।ইয়াৰ উপৰিও সমিতিৰ বিষয় ববীয়া সকলে সন্থাৰ নামত খৰচ হোৱা সকলো হিচাব পুংখানুপুংখ কৈ দিয়া হৈছে বুলি সংবাদমেলত সদৰী কৰে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.