ETV Bharat / briefs

ছেনচেক্স ১২০০ পইণ্ট হ্ৰাসেৰে মুকলি ভাৰতীয় শ্বেয়াৰ বজাৰ

author img

By

Published : Jun 12, 2020, 12:07 PM IST

শুকুৰবাৰে জিএছটি কাউঞ্চিলৰ বৈঠকৰ পূৰ্বে ভাৰতীয় শ্বেয়াৰ বজাৰত দেখা গৈছে ব্যাপক খহনীয়া।

Sensex
Market Opening: Sensex sheds nearly 1,200 points

নিউজ ডেস্ক, ১২ জুনঃ শুকুৰবাৰে পইণ্ট হ্ৰাসেৰে আৰম্ভনি বোম্বে ষ্ট'ক এক্সেঞ্জ আৰু নেশনেল ষ্ট'ক এক্সেঞ্জৰ সূচকাংক । দিনটোৰ আৰম্ভনিত ছেনচেক্স 1,190.27 পইণ্ট আৰু নিফটী 274 পইণ্ট হ্ৰাস হয় ।

Market Opening: Sensex sheds nearly 1,200 points
ছেনচেক্স ১২০০ পইণ্ট হ্ৰাসেৰে মুকলি ভাৰতীয় শ্বেয়াৰ বজাৰ

সম্প্ৰতি ছেনচেক্স 1,190.27 পইণ্ট হ্ৰাসেৰে 32,348.10 পইণ্ট হয় আৰু নিফটী 274 পইণ্ট হ্ৰাসেৰে 9,628 পইণ্টত ট্ৰেডত আছে । জিএছটি কাউঞ্চিলৰ বৈঠকৰ পূৰ্বে ভাৰতীয় শ্বেয়াৰ বজাৰত দেখা গৈছে এই খহনীয়া ।

উল্লেখ্য যে, কোভিড-১৯ ৰ প্ৰভাৱত বিগত মাৰ্চ মাহৰ পৰাই নিম্নগামী হৈ আছে ভাৰতীয় শ্বেয়াৰ বজাৰ । শেহতীয়াকৈ লকডাউন শিথিল হোৱাৰ পাছৰে পৰাই ভাৰতীয় বজাৰলৈ ক্ৰমে সুস্থিৰতা আহিছে যদিও পূৰ্বৰ দৰে বিনিয়োগকাৰী আশ্বস্ত হ'ব পৰা নাই । জিএছটি কাউঞ্চিলৰ বৈঠকৰ পাছত ভাৰতীয় বজাৰলৈ সু-খবৰ আহিব বুলি আশা প্ৰকাশ কৰিছে অৰ্থনীতিবিদসকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.