ETV Bharat / briefs

কৰ্ণাটকত আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান - ACB raids several civic officials in disproportionate assets cases

কৰ্ণাটকৰ দুৰ্নীতি বিৰোধী সংস্থাই মঙলবাৰে বহুসংখ্যক নাগৰিকৰ বাসগৃহ আৰু কাৰ্যালয়ত অতৰ্কিতে অভিযান চলায় ৷

Karnataka ACB raids civic officials in disproportionate assets cases
কৰ্ণাটকত আয় বহিৰ্ভূত সম্পত্তিত অভিযান
author img

By

Published : Feb 2, 2021, 10:13 PM IST

বেংগালুৰু,২ ফেব্ৰুৱাৰী: কৰ্ণাটকৰ দুৰ্নীতি বিৰোধী সংস্থাই মঙলবাৰে বহুসংখ্যক নাগৰিকৰ বাসগৃহ আৰু কাৰ্যালয়ত অতৰ্কিতে অভিযান চলায় ৷ যিসকলে আয়তকৈ অধিক সম্পত্তিৰ গৰাকী হৈছিল ৷

তদুপৰি ৭ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বেংগালুৰু, বেল্লাৰী, কোলাৰ, ধাৰবাড়, দক্ষিণ কন্নড়, চিত্ৰদুৰ্গ আৰু কালাবুৰাগী জিলাত বিশালকাৰ সম্পত্তি গঢ়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

Karnataka ACB raids civic officials in disproportionate assets cases
কৰ্ণাটকত আয় বহিৰ্ভূত সম্পত্তিত অভিযান

মাংগালোৰৰ চিটি কৰ্প’ৰেছনৰ অধীনৰ টাউন প্লেনিঙৰ যুটীয়া নিৰ্দেশকৰ দায়িত্বত থকা কে ভি জয়ৰাজৰ বিৰুদ্ধে মাংগালোৰ আৰু কেৰালাত বিশাল সম্পত্তি থকাৰ অভিযোগ উত্থাপিত হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ প্ৰায় ৩০ টাৰো অধিক স্থানত অভিযান আৰম্ভ কৰা হৈছে ৷

লগতে পঢ়ক: মিজোৰামত লক্ষাধিক ভাৰতীয় টকা উদ্ধাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.