ETV Bharat / briefs

অৱশেষত সাৰ পালে স্বাস্থ্য বিভাগে

বুধবাৰে কৰিমগঞ্জ আৰু ৰাতাবাৰী সমষ্টিত উপস্থিত হ'ল স্বাস্থ্য বিভাগৰ দল। দলটো উপস্থিত হৈ অঞ্চলবাসীৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা চলাই এনকেফেলাইটিজ ৰোগ সম্পৰ্কে

কৰিমগঞ্জত উপস্থিত স্বাস্থ্য বিভাগৰ দল
author img

By

Published : Jul 3, 2019, 12:15 PM IST

কৰিমগঞ্জ,৩জুলাই : ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে এনকেফেলাইটিজ ৰোগৰ প্ৰাদূৰ্ভাৱ। চৰকাৰী তথ্য অনুসৰি বৰ্তমানলৈ জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৮জনকৈ লোক। যোৰহাট,লখিমপুৰ,ডিব্ৰুগড়ৰ পাছতেই কৰিমগঞ্জ আৰু ৰাতাবাৰীতো জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে 6 জনকৈ লোক। ইতিমধ্যেই এই ৰোগত আক্ৰান্ত হৈ আছে অঞ্চলকেইটাৰ বহু পৰিয়াল। ইফালে,এনকেফেলাইটিজ'ত আক্ৰান্ত হৈ মৃত্যু হোৱা খবৰ সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পাছতেই গুৱাহাটীৰ পৰা কৰিমগঞ্জলৈ স্বাস্থ্য বিভাগৰ এটা দলে ৰাতাবাৰী সমষ্টিৰ বিভিন্ন এলেকাত গৈ পৰিস্থিতিৰ বুজ লয় । ইয়াৰোপৰি এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ অঞ্চলবাসীক সচেতন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰে।

Intro:Body:SLUG : MEDICAL TEAM VISIT.

কৰিমগঞ্জ জিলাত এনকেফেলাইটিছে মহামাৰী ৰূপ ধাৰণ কৰাৰ পিছত ইতিমধ্যে দক্ষিণ কৰিমগঞ্জ আৰু ৰাতাবাৰী সমষ্টিত সৰ্বমোট ছজনকৈ লোকৰ মৃত্যু হৈছে । আৰু বহু ঘৰত জ্বৰত আক্ৰান্ত আছে লোক সকল । কৰিমগঞ্জ এনকেফেলাইটিছ'ৰ প্ৰদুৰ্ভাৱ আৰু ইয়াৰ লগত সংগতি ৰাখি সঠিক চিকিত্সাৰ অভাবত যি সকলৰ মৃত্যু হৈছিল এই সন্দৰ্ভত আমি প্ৰথমৰে পৰাই সবিস্তাৰে বাতৰি পৰিবেশন কৰি আহিছিলো । আৰু যাৰ ফলত অবশেষত নিদ্ৰা ভংগ হল স্বাস্থ্য বিভাগৰ । গুৱাহাটীৰ পৰা কৰিমগঞ্জলৈ অহা স্বাস্থ্য বিভাগৰ এটা দলে গোটেই দিন ৰাতাবাৰী সমষ্টিৰ বিভিন্ন এলেকাত গৈ পৰিস্থিতিৰ বুজ লয় । আৰু এই সন্দৰ্ভত লোক সকলক সচেতন কৰাৰ লক্ষ্যৰে পৰবৰ্তী পদক্ষেপ গ্ৰহণ কৰা হব বুলি জনাই কয়..........

bytes : 1. medical team.

2. bjp mohila netri.(moon swarnakar)Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.