কৰিমগঞ্জ,১৯জুন : কৰিমগঞ্জত পথৰ দুৰৱস্থা । এজাক বৰষুণতেই যাতায়তৰ বাবে অচল হৈ পৰে কৰিমগঞ্জৰ ফাৰমপাশা লিংক ৰোডটো । অঞ্চলটোত ১৫বছৰ পূৰ্বেই পথটো নিৰ্মাণৰ বাবে দুই কৌটি টকা মুল্যৰ এখন আধাৰশিলা স্থাপন কৰিছিল প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে । এই পথটোৰ নিবিদা লাভ কৰিছিল তেওঁৰে কনিষ্ঠ ভাতৃ মেহবুৰ ৰহমানে । কিন্তু বৰ্তমানেও নিৰ্মাণ নহ'ল পথটো । যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে । পথটো নিৰ্মাণৰ বাবে ৰাইজে বাৰে-বাৰে আবেদন জনোৱাৰ পিছতো পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে গড়কাপ্তানি বিভাগ তথা ঠিকাদাৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ভাতৃ মেহবুবুৰ ৰহমানে ।
কৰিমগঞ্জত পথৰ দুৰৱস্থা
কৰিমগঞ্জৰ ফাৰমপাশা লিংক ৰোডটোত এজাক বৰষুণতেই বোকাময় পৰিৱেশৰ সৃষ্টি হয়, পথটোৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হয় অঞ্চলবাসীয়ে
কৰিমগঞ্জ,১৯জুন : কৰিমগঞ্জত পথৰ দুৰৱস্থা । এজাক বৰষুণতেই যাতায়তৰ বাবে অচল হৈ পৰে কৰিমগঞ্জৰ ফাৰমপাশা লিংক ৰোডটো । অঞ্চলটোত ১৫বছৰ পূৰ্বেই পথটো নিৰ্মাণৰ বাবে দুই কৌটি টকা মুল্যৰ এখন আধাৰশিলা স্থাপন কৰিছিল প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে । এই পথটোৰ নিবিদা লাভ কৰিছিল তেওঁৰে কনিষ্ঠ ভাতৃ মেহবুৰ ৰহমানে । কিন্তু বৰ্তমানেও নিৰ্মাণ নহ'ল পথটো । যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে । পথটো নিৰ্মাণৰ বাবে ৰাইজে বাৰে-বাৰে আবেদন জনোৱাৰ পিছতো পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে গড়কাপ্তানি বিভাগ তথা ঠিকাদাৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ভাতৃ মেহবুবুৰ ৰহমানে ।
KARIMGANJ BEHAL PWD ROAD
কৰিমগঞ্জ,১৯জুন : কৰিমগঞ্জত পথৰ দুৰৱস্থা । এজাক বৰষুণতেই যাতায়তৰ বাবে অচল হৈ পৰে কৰিমগঞ্জৰ ফাৰমপাশা লিংক ৰোডটো । অঞ্চলটোত ১৫বছৰ পূৰ্বেই পথটো নিৰ্মাণৰ বাবে দুই কৌটি টকা মুল্যৰ এখন আধাৰশিলা স্থাপন কৰিছিল প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে । এই পথটোৰ নিবিদা লাভ কৰিছিল তেওঁৰে কনিষ্ঠ ভাতৃ মেহবুৰ ৰহমানে । কিন্তু বৰ্তমানেও নিৰ্মাণ নহ'ল পথটো । যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে । পথটো নিৰ্মাণৰ বাবে ৰাইজে বাৰে-বাৰে আবেদন জনোৱাৰ পিছতো পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে গঢ়কাপ্তানি বিভাগ তথা ঠিকাদাৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ভাতৃ মেহবুবুৰ ৰহমানে ।