নিউজ ডেস্ক,১৪মে' : "ভাৰতৰ প্ৰথমগৰাকী হিন্দু সন্ত্ৰাসবাদী আছিল নাথুৰাম গডছে।" সোমবাৰে অভিনেতা তথা ৰাজনৈতিক নেতা কমল হাছানে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে । হাছানৰ এই মন্তব্যই সৰ্বত্ৰে এতিয়া খলকনিৰ সৃষ্টি কৰিছে । হাছানে নাথুৰাম গডছেক ভাৰতৰ প্ৰথমগৰাকী হিন্দু সন্ত্ৰাসবাদী বুলি মন্তব্য কৰি পুনৰ সভাত উল্লেখ কৰে যে আমি সকলোৱে জানো গান্ধীক হত্যা নাথুৰাম গডছেই কৰিছিল আৰু গডছেৰ পৰাই সন্ত্ৰাসবাদৰ আৰম্ভণি হৈছিল । ইয়াৰ লগতে হাছানে সভাত জনসাধাৰণক উদ্দেশ্যি কয় মই মানুহৰ মাজত ভেদ-ভাৱ কৰিলে বেয়া পাওঁ । মোৰ বাবে সকলো সমান ।
স্বাধীন ভাৰতৰ প্ৰথমগৰাকী সন্ত্ৰাসবাদী হিন্দু আছিলঃ কমল হাছান - ভাৰতৰ প্ৰথমগৰাকী হিন্দু সন্ত্ৰাসবাদী
সোমবাৰে অভিনেতা তথা ৰাজনৈতিক নেতা কমল হাছানে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে । হাছানৰ এই মন্তব্যই সৰ্বত্ৰে এতিয়া খলকনিৰ সৃষ্টি কৰিছে । হাছানে নাথুৰাম গডছেক ভাৰতৰ প্ৰথমগৰাকী হিন্দু সন্ত্ৰাসবাদী বুলি মন্তব্য কৰি পুনৰ সভাত উল্লেখ কৰে যে আমি সকলোৱে জানো গান্ধীক হত্যা নাথুৰাম গডছেই কৰিছিল আৰু গডছেৰ পৰাই সন্ত্ৰাসবাদৰ আৰম্ভণি হৈছিল ।