ETV Bharat / briefs

কামাখ্যা মন্দিৰত পূজা অৰ্চনা মোডী ভক্তৰ - 12 জনীয়া এটা যুৱক দল

নৰেন্দ্ৰ মোডী দেশত পুনৰবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ উদ্দেশ্যেৰে কামাখ্যা ধামত পূজা-অৰ্চনা কলকাতাৰ 12 জনীয়া এটা যুৱকৰ দলে ৷

কামাখ্যা পুজা অৰ্চনা মোডী ভক্তৰ
author img

By

Published : Apr 28, 2019, 6:21 PM IST

গুৱাহাটী,28 এপ্ৰিল : দেওবাৰে মা-কামাখ্যা ধামত উপস্থিত হয় কলকাতাৰ 12 জনীয়া এটা যুৱকৰ দল ৷ প্ৰধানমন্ত্ৰী মোডী পুনৰবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ কামনাৰে কামাখ্যাত পূজা অৰ্চনা কৰে যুৱকৰ দলটোৱে ৷ যুৱককেইজনৰ মতে মাৰ কৃপাত পুনৰবাৰ দেশত প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী ৷ মোডীয়ে কোনো ব্যক্তিৰ লগত ভেদা-ভেদ নকৰে বুলি মন্তব্য কৰাৰ লগতে "সবকা সাঠ,সবকা বিকাশ"ৰ বাবে মোডীয়ে সদায় কাম কৰি আহিছে ৷

Intro:কামাখ্যাত মোডী ভক্তৰ পূজা অৰ্চনা। মোডী পুণৰবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ কামনাৰে কামাখ্যাত কলকাতাৰ ১২জনীয়া যুৱকৰ দল। মাৰ পদুলিতে হৰ হৰ মোডী ধ্বনি যুৱকৰ দলটোৰ। দেশত নিৰ্বাচনী গৰম বতাহ। ৰাজনৈতিক মনোকামনাৰ বাবে মঠ মন্দিৰ দেৱালয়তো চলিলে একাংশৰ পুজা অৰ্চনা। কোনোৱে যদি মোডীক ক্ষমতাচ্যুত কৰাৰ কামনাৰে যাক যজ্ঞ কৰিছে, কোনোৱে আকৌ মোডী পুণৰ যাতে প্ৰধানমন্ত্ৰী হয় তাৰ কামনাৰে আগবঢ়াইছে পূজা অৰ্চনা। দেওবাৰে কলিকতাৰ এটা ১২জনীয়া দলে মা কামাখ্যাৰ চৰনত ল'লে আশীষ। আগবঢ়ালে পূজা অৰ্চনা। তেওঁলোকৰ মতে মাৰ কৃপাত পুণৰবাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী। Body:৭০বছৰে কংগ্ৰেছে দেশৰ বাবে একোৱে নকৰাৰ অভিযোগ তুলি মোডীয়ে দেশত একতা শান্তি সম্প্ৰীতি আনিছে বুলি দাবী কৰে এইকেইজন মোডী ভক্তই। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মোডীক ক্ষমতাচ্যুত কৰাৰ কামনাৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন বিধায়ক তথা BSP নেতা কিশোৰ চাম্ৰিটে মা কামাখ্যা ধামত কৰিছিল যাক যজ্ঞ। পিছে মা কামাখ্যাই কাৰ মনোকামনা পূৰ কৰে সেয়া ২৩ মে'ৰ পিছতহে গম পোৱা যাব।Conclusion:Hirul Haque....Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.