ETV Bharat / briefs

দ্বিতীয় স্থানত ডনবক্সৰ চিন্ময় হাজৰিকা

আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান লাভ কৰে যোৰহাটৰ ডনবক্সৰ চিন্ময় হাজৰিকাই

দ্বিতীয় স্থানত ডনবক্সৰ চিন্ময় হাজৰিকা
author img

By

Published : May 15, 2019, 10:52 AM IST

যোৰহাট,১৫মে' : আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় যোৰহাটৰ ডনবক্সৰ চিন্ময় হাজৰিকাই । যোৰহাটৰ নাওশলিয়া গাঁৱৰ ৰূপক হাজৰিকা আৰু ৰুলী হাজৰিকাৰ পুত্ৰ চিন্ময়ে ৬০০ৰ ভিতৰত ৫৯৩ নম্বৰ লাভ কৰিব সক্ষম হয় । অসমীয়া বিষয়ত ৯৭,ইংৰাজী বিষয়ত ৯৮,অংক বিষয়ত ১০০,বিজ্ঞান বিষয়ত ১০০,ঐশ্যিক গণিত বিষয়ত ৯৮ নম্বৰেৰে উত্তিৰ্ণ হ'বলৈ সক্ষম হোৱা চিন্ময়ৰ সাফল্যত এতিয়া উৎফুল্লিত অঞ্চলবাসী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.