ETV Bharat / briefs

তেজপুৰত পালন বিশ্ব সংবাদ স্বাধীনতা দিৱস

author img

By

Published : May 3, 2019, 5:44 PM IST

তেজপুৰত ইন্টাৰেক্ট ক্লাব অৱ অগ্নিগড় আৰু জাৰ্নেলিষ্ট ইউনিয়নে পালন কৰে বিশ্ব সংবাদ স্বাধীনতা দিৱস ৷

বিশ্ব সংবাদ স্বাধীনতা দিৱস

তেজপুৰ,৩মে' : ইন্টাৰেক্ট ক্লাব অৱ অগ্নিগড় আৰু জাৰ্নেলিষ্ট ইউনিয়নে পালন কৰে বিশ্ব সংবাদ স্বাধীনতা দিৱস । এই বিশ্ব সংবাদ স্বাধীনতা দিৱসত তেজপুৰৰ সাংবাদিকসকলক এখন সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰি সংবাদ মাধ্যমৰ বিভিন্ন দিশ সম্বন্ধে আলোচনা কৰা হয় । সভাত জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকা আৰু শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যকৰি সভাপতি সঞ্জীৱ হাজাৰিকা উপস্থিত থাকে । ইন্টাৰেক্ট ক্লাব অফ অগ্নিগড় আৰু জাৰ্নেলিষ্ট ইউনিয়নে পালন কৰা এই দিৱসত নৃত্য-গীতৰো এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । আনহাতে, এই অনুষ্ঠানত দীৰ্ঘদিন ধৰি সাংবাদিকৰ ওপৰত দুৰ্বৃত্তই কৰা আক্ৰমণ সন্দৰ্ভতো আলোচনা কৰা হয় ।

Intro:তেজপুৰ,৩ মে : আজি বিশ্ব সংবাদ স্বাধীনতা দিৱস ,World press Freedom Day, পালন কৰে ইন্টাৰেক্ট ক্লাব অফ অগ্নিগড় ৰে শোণিতপুৰ জাৰনেলিষ্ট ইউনিয়নৰ লগত পালন কৰে এই দিৱস ।
বিশ্ব জুৰি সংবাদ স্বাধীনতা মূল্যকান কৰাৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত হোৱা আক্রমণ ক প্ৰতিৰোধ কৰা আৰু কৰ্মৰত অৱস্থাত এতিয়া লৈকে যি সংবাদ কৰ্মীয়ে নিজৰ জীৱন আহুতি দিলে সেই সকলক স্বৰ্দ্ধাঞ্জলি জ্ঞাপন কৰা এই তিনিটা মূল নীতি হিচাপে লৈ প্ৰতি বছৰে ৩ মে দিনটো বিশ্ব সংবাদ স্বাধীনতা দিৱস হিচাবে পালন কৰা হয় ।

Body:১৯৯৩ চনত ৰাষ্ট্ৰ সংঘ ৰ সাধাৰণ সভাত ৩ মে দিনটোৰ পৰা বিশ্ব সংবাদ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় ।
ইন্টাৰেক্ট ক্লাব অফ অগ্নিগড়ৰ কেইজন মান কিশোৰে আগ ভাগ লৈ তেজপুৰ ৰ সাংবাদিক সকলক এখন সম্বৰ্ধনা পত্ৰ ৰে সন্মানিত কৰি সংবাদ মাধ্যমৰ বিভিন্ন দিশ সামৰি এক বিশেষ আলোচনা আগ বঢ়াই । অনুষ্ঠান তোৰ সভাপতি মৃগাশ্ৰী বৰুৱা ই আঁত ধৰা অনুষ্ঠান টি গীত গাই সাংবাদিক সকলক আপ্লুত কৰে ।
সভাত জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকা আৰু শোণিতপুৰ জাৰনেলিষ্ট ইউনিয়ন ৰ কাৰ্য্য কৰি সভাপতি সঞ্জীৱ হাজাৰকাই সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সাংবাদিক ৰ ওপৰত চলা আক্রমণ ৰ গভীৰ ভাৱে নিন্দা কৰে ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম।
তেজপুৰ।
৩/৫/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.