কাৰ্বি আংলং,২৩মে' : ডিফুত বিজেপি প্ৰাৰ্থী হৰেণ সিং বে'ৰ বিশাল জয় । ২০০৪ চনৰ পৰা তিনিটা কাৰ্যকালৰ বাবে ডিফু সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা বীৰেণ সিং ইংতিয়ে এইবাৰ শোচনীয়ভাৱে পৰাস্ত হয় বিজেপিৰ প্ৰাৰ্থী হৰেণ সিং বে'ৰ হাতত । হৰেণ সিং বে'ৰ জয়ত আনন্দত মতলীয়া হৈ পৰে দলীয় কৰ্মী-সমৰ্থকসকল । প্ৰায় এক লাখ সত্তৰ হাজাৰ ভোটৰ ব্যৱধানত বিজয় নিশ্চিত হয় বিজেপি প্ৰাৰ্থীগৰাকীৰ ।
ডিফুত বিজেপি প্ৰাৰ্থী হৰেণ সিং বে'ৰ বিশাল জয় - আনন্দময় পৰিৱেশ
হৰেণ সিং বে'ৰৰ জয়ত আনন্দত মতলীয়া হৈ পৰে দলীয় কৰ্মী-সমৰ্থকসকল । প্ৰায় এক লাখ সত্তৰ হাজাৰ ভোটৰ ব্যৱধানত বিজয় নিশ্চিত হয় বিজেপি প্ৰাৰ্থীগৰাকীৰ ।
ডিফুত বিজেপি প্ৰাৰ্থী হৰেণ ছিং বে'ৰ বিশাল জয়
কাৰ্বি আংলং,২৩মে' : ডিফুত বিজেপি প্ৰাৰ্থী হৰেণ সিং বে'ৰ বিশাল জয় । ২০০৪ চনৰ পৰা তিনিটা কাৰ্যকালৰ বাবে ডিফু সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা বীৰেণ সিং ইংতিয়ে এইবাৰ শোচনীয়ভাৱে পৰাস্ত হয় বিজেপিৰ প্ৰাৰ্থী হৰেণ সিং বে'ৰ হাতত । হৰেণ সিং বে'ৰ জয়ত আনন্দত মতলীয়া হৈ পৰে দলীয় কৰ্মী-সমৰ্থকসকল । প্ৰায় এক লাখ সত্তৰ হাজাৰ ভোটৰ ব্যৱধানত বিজয় নিশ্চিত হয় বিজেপি প্ৰাৰ্থীগৰাকীৰ ।
Intro:Body:
ডিফুত বিজেপিৰ হৰেণ ছিং বে'ৰ বিশাল জয়।
আনন্দত উত্ৰাবল পাহাৰ বাসী,নৃত্য-গীতেৰে বিজয় উৎসৱ পালন নেতা-কৰ্মীৰ লগতে পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ।
পচ্ছিম কাৰ্বি আংলংৰ পৰা ৰেকিবুৰ ৰহমান :- সমগ্ৰ দেশ জুৰি সৃষ্টি হোৱা মোদী ধুমুহাই সৰ্বাত্মক ভাবে কোবাই গ'ল যোৱা পোন্ধৰ বছৰে কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত হৈ ৰোৱা ডিফু লোকসভা সমষ্টিত।২০০৪ চনৰ পৰা একেলেথাৰিয়ে তিনিটা কাৰ্য্যকালৰ বাবে কংগ্ৰেছৰ দুৰ্গ হিচাপে চিহ্নিত ডিফু সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা বিৰেণ ছিং ইংতি এইবাৰ শোচনীয় ভাবে পৰাস্ত হয় বিজেপিৰ প্ৰাৰ্থী হৰেণ ছিং বে'ৰ বিৰুদ্ধে।প্ৰথম বাৰৰ বাবে বিজেপিৰ দখলত যোৱা পাৰ্বত্য সমষ্টিটোৰ অন্তৰ্গত ডিফু,বোকাজান,হাউৰাঘাট,বৈঠালাংছ আৰু হাফলং এই আটাইকেইটা সমষ্টিতে শোচনীয় ভাবে ধৰাশায়ী হয় কংগ্ৰেছ প্ৰাৰ্থী গৰাকী।প্ৰায় এক লাখ সত্তোৰ হেজাৰ ভোটত বিজয় নিশ্চিত হৈছে বিজেপি প্ৰাৰ্থী গৰাকীৰ।সমষ্টিটোত বিজয় নিশ্চিত হোৱাৰ লগে লগে পাৰ্বত্যভুমিৰ তিনিওখন জিলাতে দলীয় নেতা কৰ্মীৰ মাজত দেখা গৈছে পাৰ ভঙা উচাহ।নৃত্য গীতেৰে বিজয় উৎসৱ পালন কৰিছে সকলোৱে।বিজয়ী প্ৰাৰ্থী হৰেণ ছিং বেক মিঠাই খুৱাই সম্ভাষণ জনায় চিইএম তুলিৰাম ৰংহাঙৰ লগতে পৰিষদৰ সদসবৰ্গ,দলীয় নেতা কৰ্মীয়ে।Conclusion: