ETV Bharat / briefs

তিনিচুকীয়াত ধুমুহাত বিস্তৰ ক্ষতিসাধন - বিস্তৰ ক্ষতিসাধন

জিলাখনৰ ধলাৰ ৰাজপথত বাগৰি পৰে প্ৰকাণ্ড-প্ৰকাণ্ড গছ ৷ পথৰ ওপৰত এনেদৰে গছ বাগৰি পৰাত ব্যাপক যানজঁটৰ সৃষ্টি হয় ধলাত ৷ ডাঙৰীত গাড়ীৰ ওপৰতে ঢলি পৰিল গছ ।

তিনিচুকীয়াত ধুমুহাত বিস্তৰ ক্ষতিসাধন
author img

By

Published : May 13, 2019, 8:15 AM IST

তিনিচুকীয়া, 13 মে': দেওবাৰে নিশা এজাক বতাহ-বৰষুণে তিনিচুকীয়া জিলাৰ ধলা আৰু ডাঙৰীত বিস্তৰ ক্ষতি সাধন কৰে ৷

জিলাখনৰ ধলাৰ ৰাজপথত বাগৰি পৰে প্ৰকাণ্ড-প্ৰকাণ্ড গছ৷ পথৰ ওপৰত এনেদৰে গছ বাগৰি পৰাত ব্যাপক যানজঁটৰ সৃষ্টি হয় ধলাত ৷ ডাঙৰীত গাড়ীৰ ওপৰতে ঢলি পৰিল গছ ।

তিনিচুকীয়াত ধুমুহাত বিস্তৰ ক্ষতিসাধন

ধুমুহাৰ ফলত অঞ্চলটোৰ কৃষিজীৱী লোকসকলে ক্ষয়-ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয় ৷ নিশা দেৰিলৈকে ধুমুহাৰ তাণ্ডৱ অব্যাহত থাকে ৷

Intro:Breaking News

দেওবাৰে ৮:৩০ বজাত অহা এজাক বতাহে বিস্তৰ ক্ষতি কৰে তিনিচুকীয়া জিলাৰ ধলা আৰু ডাঙৰীত ।

জিলাখনৰ ধলাৰ ৰাজপথত প্ৰকাণ্ড-প্ৰকাণ্ড গছ বাগৰি পৰে ।

পথৰ ওপৰত এনেদৰে গছ বাগৰি পৰাত ব্যাপক যান-যতৰ সৃষ্টি হৈছে ধলাত ।

ডাঙৰীত গাড়ীৰ ওপৰত ঢলী পৰিল গছ ।

বৰ্তমানেও এই অঞ্চলসমূহত বতাহৰ লগতে শিলাবৃষ্টি হৈ থকাৰ বাবে সম্পূৰ্ণ ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰিব পৰা হোৱা নাই ।Body:Breaking News

দেওবাৰে ৮:৩০ বজাত অহা এজাক বতাহে বিস্তৰ ক্ষতি কৰে তিনিচুকীয়া জিলাৰ ধলা আৰু ডাঙৰীত ।

জিলাখনৰ ধলাৰ ৰাজপথত প্ৰকাণ্ড-প্ৰকাণ্ড গছ বাগৰি পৰে ।

পথৰ ওপৰত এনেদৰে গছ বাগৰি পৰাত ব্যাপক যান-যতৰ সৃষ্টি হৈছে ধলাত ।

ডাঙৰীত গাড়ীৰ ওপৰত ঢলী পৰিল গছ ।

বৰ্তমানেও এই অঞ্চলসমূহত বতাহৰ লগতে শিলাবৃষ্টি হৈ থকাৰ বাবে সম্পূৰ্ণ ক্ষয়-ক্ষতিৰ তথ্য লাভ কৰিব পৰা হোৱা নাই ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.