ETV Bharat / briefs

হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত আন্তঃমহাবিদ্যালয় মাণ্ডলিক যুৱ মহোৎসৱ - ড৹ হিৰণ্য কুমাৰ শৰ্মা

২০১৮-১৯ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃকলেজ কেন্দ্ৰীয় মাণ্ডলিক যুৱ মহোৎসৱখনি তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত ৷

আন্তঃ কলেজ কেন্দ্ৰীয মাণ্ডলিক যুব মহ্যোৎসৱ
author img

By

Published : Apr 26, 2019, 1:55 PM IST

হাজো,২৬ এপ্ৰিল : শুকুৰবাৰে হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ২০১৮-২০১৯ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় কেন্দ্ৰীয় মাণ্ডলিক যুৱ মহোৎসৱ । গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড৹ মৃদুল হাজৰিকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা যুৱ মহোৎসৱখনিত অংশগ্ৰহণ কৰে 25 খন মহাবিদ্যালয়ে । এই যুৱ মহোৎসৱখনিত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড৹ৰঞ্জন কুমাৰ কাকতি, মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিৰণ্য কুমাৰ শৰ্মা আৰু বিশিষ্ট ব্যক্তিসকলৰ লগতে বহুকেইখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । আনহাতে, যুৱ মহোৎসৱখনৰ লগত সংগতি ৰাখি লোক নৃত্য,বৰগীত,আৰু লোকগীতকে আদি কৰি বিভিন্ন প্ৰতিযোগিত অনুষ্ঠিত কৰা হয় ।

Visul send by FTP 

Slug-HAJO SUREN DAS COLLEGE YOUTH FASTIVEL
Date-26-4-2019
হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত তিনিদিনীয়া কৈ অনুস্থিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্ত কলেজ কেন্দ্ৰীয মান্ডলিক যুব মহ্যোৎসব।

SCRIPT-গুবাহাটী বিশ্ববিদ্যালয়ৰ ২০১৮-২০১৯বৰ্ষৰ  আন্তঃকলেজ কেন্দ্ৰীয মান্ডলিক  যুব মহ্যোৎসব তিনিদিনীয়া কায্যসুচীৰে   অনুস্থিত হৈছে সুৰেন দাস
 মহাবিদ্যালয় হাজোত।প্ৰতিযোগিতা সুকলমে অনুস্থিত কৰাৰ বাবে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰাৰ লগতে কেইবা খনো উপসমিতি গঠন কৰা হৈছে।গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড৹ মৃদুল হাজৰিকা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা যুব মহ্যোৎসবৰ 25 খন মহাবিদ্যালয়ে অংশ গ্ৰহণ কৰে।অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড৹ৰঞ্জন কুমাৰ কাকতি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিৰণ্য কুমাৰ শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তি সকলক।অনুষ্ঠান উদ্ধোধন কৰি উপাচাৰ্য্য ড৹ মৃদুল হাজৰিকাই সাংবাদিক ৰে হোবা এক সাক্ষ্যত কাৰত কয যুব মহোৎসব জৰিযতে ছাত্ৰ-ছাত্ৰীৰ সকলৰ সামগ্ৰিক বিকাশৰ উত্তাৰন বিকাশ   ঘটিব ,পঢা শুনাৰ , লগতে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশত সহাযক হব। আৰু হাজো অঞ্চলত ইযাৰ প্ৰভাব পৰিব।লগতে   গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্ত কলেজ কেন্দ্ৰীয মান্ডলিক যুব মহ্যোৎসব খনি

অনুস্থিত কৰাৰ বাবে সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যক্ষ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য গৰাকীযে। আজি প্ৰতিযোগী সকলৰ মাজত লোক নৃত্য, বৰগীত,আৰু লোক গীত তকে আদিকে ধৰি প্ৰতিযোগিতা সমুহ অনুস্থিত কৰে আৰু প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীৰ সকলে ব্যাপক হাৰত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয।  উল্লেখ্য যে প্ৰতিযোগিতা  সমুহ  তিনি ঠাইত অনুস্থিত কৰে ।
Byte-ড৹হিৰণ্য কুমাৰ শৰ্মা, অধ্যক্ষ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.