ETV Bharat / briefs

হাজোত ছাগলী চোৰক কেন্দ্ৰ কৰি উত্তেজনা

হাজোৰ কুৰিহাতত ছাগলী চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিৱেশৰ, ঘটনাস্থলীত উপস্থিত হাজো আৰক্ষী ৷

author img

By

Published : May 28, 2019, 9:59 AM IST

হাজোত ছাগলী চোৰক কেন্দ্ৰ কৰি উত্তেজিত পৰিৱেশ

হাজো,২৮মে' : সোমবাৰে নিশা হাজোৰ কুৰিহাতত ছাগলী চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিৱেশৰ । সাধা নামৰ এজন চোৰে কুৰিহাতৰ এটা পৰিয়ালৰ পৰা টেম্প' এখনত ছাগলী চুৰি কৰি নিয়া সময়তে হাতে-লোটে স্থানীয় ৰাইজে আটক কৰে । চোৰজনৰ ঘৰ হাজোৰ বিহদিয়াৰ শান্তিপুৰত । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে হাজো আৰক্ষীক খবৰ দিয়ে আৰু ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ চোৰ সহ টেম্পখন উদ্ধাৰ কৰে ।

Slug : hajo sagoli thief 1 arrested

👉হাজোৰ কুৰিহাত নিশা উত্তেজনা।

👉 ছাগলী চোৰক কেন্দ্ৰ কৰি এই উত্তেজনা ।
👉 টেম্প` গাড়ী এখনত এঘৰৰ পৰা ছাগলী চুৰি কৰি উঠাব লওতেই  ৰাইজৰ হাতত হাতে লোতে ধৰা পৰিল 

👉সাধা নামৰ এজন চোৰ, ঘৰ হাজোৰ বিহদিয়াৰ শান্তিপুৰত।
 
👉ঘটনাষ্ঠলীত হাজো আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে চোৰ সহ টেম্প´ গাড়ী ।
👉টেম্প` গাড়ী খনৰ নম্বৰ AS-25-CC-4507।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.