ETV Bharat / briefs

গোসাইগাঁৱত চাকৰিৰ নামত নিবনুৱাৰ ধন আত্মসাৎ - ব্যক্তিগত কোম্পানী

গুৱাহাটী মহানগৰীৰ মাইক্ৰ'ফাইনেঞ্চ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে কৰ্ম সংস্থাপনৰ নামত গোসাইগাঁৱৰ নিবনুৱা যুৱকৰ পৰা লুটিলে বৃহৎ পৰিমাণৰ ধন, ধন উভতাই দিবলৈ কোম্পানীটোক দাবী যুৱককেইজনৰ

গোসাইগাঁৱত চাকৰিৰ নামত আত্মসাৎ ধন
author img

By

Published : Jun 2, 2019, 7:25 PM IST

গুৱাহাটী,২জুনঃ গোসাইগাঁৱত চাকৰিৰ নামত যুৱকৰ পৰা ধন লুট । গুৱাহাটী মহানগৰীৰ মাইক্ৰ'ফাইনেঞ্চ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে চাকৰিৰ নামত নিবনুৱা যুৱকৰ পৰা লুটিলে বৃহৎ পৰিমাণৰ ধন । এই কোম্পানীটোৱে গোসাইগাঁও,গুৱাহাটীকে ধৰি বহু ঠাইৰ যুৱকৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে, গোসাইগাঁৱৰ ভাওৰাগুৰিৰ টকেয়ামাৰি গাঁৱৰ গাঁওবুঢ়া ৰহি দাসৰ পুত্ৰ দয়াল চন্দ্ৰ দাসৰ নেতৃত্বতে অঞ্চলটোৰ বহু কেইগৰাকী নিৱনুৱা যুৱকে কোম্পানীটোক চাকৰিৰ নামত দিছিল ধন । গাঁও পঞ্চায়ত আৰু ভি চি ডি চি পৰ্যায়ত এজনকৈ গাঁও পঞ্চায়তত মিত্ৰ নিযুক্তি দিয়া হ'ব বুলি কোম্পানীটোৱে যুৱকসকলৰ পৰা ধন আদায় কৰিছিল । কোম্পানীটোৱে কৰ্ম সংস্থাপনৰ প্ৰলোভন দি প্ৰশিক্ষণ আৰু অন্যান্য সামগ্ৰীৰ বাবদ পাঁচ হাজাৰৰ পৰা চল্লিশ হাজাৰকৈ টকা লৈ এখনকৈ নিযুক্তি পত্ৰ দিয়াৰ লগতে টকা লোৱাৰ ৰচিদ দিয়ে ।

গোসাইগাঁৱত চাকৰিৰ নামত আত্মসাৎ ধন

কিন্তু কোম্পানীটোৰ ওপৰত যুৱকসকলৰ সন্দেহ হোৱাত গুৱাহাটীৰ কাৰ্যালয়ত যোগাযোগ কৰে যুৱকসকলে । কিন্তু যুৱককেইজনে গুৱাহাটীৰ কাৰ্যলয়ত উপস্থিত হোৱাত নিযুক্তিপত্ৰসমূহ ভুৱা বুলি নিশ্চিত হোৱাত চিন্তিত হৈ যুৱকসকলে সংবাদ মাধ্যমৰ কাষ চাপে আৰু গুৱাহাটীৰ উক্ত কোম্পানীটোৰ স্বত্বাধিকাৰীক ধন উভতাই দিবলৈ দাবী জনায় য

Intro: গোসাঁইগাঁৱত চাকৰিৰ নামত যুৱকৰ লুণ্ঠন : গুৱাহাটীৰ নাৰায়নী মাইক্ৰ ফাইনেন্ছ নামৰ কোম্পানীৰ দুৰ্নীতি :

Anchor:গুৱাহাটী মহানগৰীৰ মাইক্ৰ ফাইনেন্ছ নামৰ এটা ব্যক্তিগত কোম্পানী চাকৰিৰ নামত নিবনুৱা যুৱকৰ পৰা লাখ লাখ টকা লুটি নিয়াৰ বাতৰি প্ৰকাশ পাইছে। এই ধন একাংশ এজেণ্টৰ সহায়ত নিছিল বুলি গুৰুতৰ অভিযোগ উঠিছে কাহানিও নুশুনা মাইক্ৰ ফাইনেছ নামৰ কোম্পানীটোৰ বিৰুদ্ধে। শিক্ষিত নিবনুৱা যুৱক যুৱতী চাকৰি বিচাৰি হাবাথুৰি খাইছে ।উল্লেখ যে ইফালে গুৱাহাটী মহানগৰীতো এনে ঘটনা সংঘটিত হোৱাত দুৰ্নীতিৰ তথ্য পোহৰ লৈ আহিছে। প্ৰাপ্ত অভিযোগ যে গাঁও পঞ্চায়ত আৰু ভি চি ডি চি পৰ্য্যায়ত এজনকৈ গাঁও পঞ্চায়ত মিত্ৰ নিযুক্তি দিয়া হব ,আৰু গোসাঁইগাঁৱৰ ভাওৰাগুৰিৰ টকেয়ামাৰি গাঁৱৰ গাওঁবুঢ়া ৰহি দাসৰ পুত্ৰ দয়াল চন্দ্ৰ দাস গোসাঁইগাঁৱৰ বিভিন্ন অঞ্চলৰ প্ৰায় কুৰি গৰাকী নিবনুৱা যুৱকক যোগাযোগ কৰি দিয়ে নিবনুৱা যুৱকক কৰ্ম সংস্থাপনৰ প্ৰলোভন দি প্ৰশিক্ষণ আৰু অন্যান্য সামগ্ৰীৰ বাবদ পাঁচ হেজাৰৰ পৰা চল্লিশ হেজাৰ কৈ টকা লয়। Body: আৰু এখনকৈ নিযুক্তি পত্ৰ (letter engment) দিয়াৰ লগতে টকা লোৱাৰ ৰিচিভ দিয়ে সেয়েহে ভুক্তভোগীৰ সংস্থাটোৰ ওপৰত সন্দেহ হোৱাত আৰু হাতে হাতে দিয়া নিযুক্তি পত্ৰ সমূহ ভুৱা বুলি নিশ্চিত হৈ গুৱাহাটীৰ কাৰ্যালয়ত যোগাযোগ কৰাত কোনো সঁহাৰি নিদি কেৱল ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতি দি ঘূৰাই দিয়ে। Conclusion: অৱশেষত সংবাদ মাধ্যমৰ ওচৰ চাপে আৰু গুৱাহাটীৰ উক্ত কোম্পানীটোৰ পৰা টকা ঘুৰাই দিয়াৰ দাবী জনায়।

বিশ্বজিৎ চৌধুৰী, গোসাইগাঁও
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.