ETV Bharat / briefs

নগাঁও আৰক্ষীৰ জালত ব্ৰাউন চুগাৰ সহ এজন ব্যৱসায়ী

author img

By

Published : Apr 27, 2019, 5:17 PM IST

ড্ৰাগছ ব্যৱসায়ত বাধা দিয়া বাবেই এজন লোকৰ ঘৰ জ্বলাই দিয়াৰ চেষ্টা কৰে ব্যৱসায়ীজনে ৷

নগাঁও আৰক্ষীৰ জালত ব্ৰাউন চুগাৰ সহ এজন ব্যৱসায়ী

নগাওঁ,২৭ এপ্ৰিল : শনিবাৰে নগাওঁ আৰক্ষীৰ জালত পৰে ব্ৰাউন চুগাৰ সহ এজন ব্যৱসায়ী । দীৰ্ঘদিন ধৰি মাৰাত্মক ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আছিল নগাঁৱৰ কবৰস্থান ৰোডৰ দিপু আহমেদ নামৰ যুৱকজন । ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকা দিপুক স্থানীয় একাংশ লোকে বাধা প্ৰদান কৰাত বিভিন্ন ভয় ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । শুক্ৰবাৰে নিশাও ড্ৰাগছ ব্যৱসায়ত বাধা দিয়া বাবেই এজন লোকৰ ঘৰ জ্বলাই দিয়াৰ চেষ্টা কৰে দিপুয়ে । এই সন্দৰ্ভত স্থানীয় লোকে নগাওঁ আৰক্ষীক অৱগত কৰাত শনিবাৰে নগাওঁ নগৰ শাখাৰ আৰক্ষীয়ে অভিযান চলাই দিপু আহমেদক আটক কৰিবলৈ সক্ষম হয়। দিপু আহমেদৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ ব্ৰাউন চুগাৰ, নগদ ধনৰ লগতে দুটাকৈ মোবাইল জব্দ কৰে ।

Intro:ব্ৰাউন চুগাৰ সহ নগাওঁ আৰক্ষীৰ জালত ব্যৱসায়ী।

Body:নগাওঁ আৰক্ষীৰ জালত পৰে দীৰ্ঘদিন ধৰি মাৰাত্মক ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত এজন যুৱক। ব্ৰাউন চুগাৰৰ ব্যৱসায়ত জড়িত যুৱকজন নগাওঁ চহৰৰ কবৰস্থান ৰোডৰ দিপু আহমেদ। ড্ৰাগছৰ ব্যৱসায়ত জড়িত দিপু আহমেদক বাধা দিয়া স্থানীয় একাংশক ভাবুকি দি অহাৰ অভিযোগ উত্থাপন হৈছে। শুক্ৰবাৰে নিশাও ড্ৰাগছ ব্যৱসায়ত বাধা দিয়া বাবেই এজন লোকৰ ঘৰ জ্বলাই দিয়াৰ চেষ্টা কৰিছিল দিপুয়ে। এই সন্দৰ্ভত স্থানীয় লোকে নগাওঁ আৰক্ষীক অৱগত কৰাত শনিবাৰে নগাওঁ নগৰ শাখাৰ আৰক্ষীয়ে অভিযান চলাই দিপু আহমেদক আটক কৰিবলৈ সক্ষম হয়। দিপু আহমেদৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ ব্ৰাউন চুগাৰ, নগদ ধন লগতে দুটাকৈ মোবাইল জব্দ কৰিবলৈ সক্ষম হয়।
bite, স্থানীয় লোক, আৰক্ষী বিষয়া
------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৭-৪-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.