ETV Bharat / briefs

মৈৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান - Etv Bharat

মৈৰাবাৰী থানাৰ অন্তৰ্গত জে এচ আই ইটা ভাটাৰ কাষত দীৰ্ঘ দিন ধৰি চলি অহা অবৈধ জুৱাৰ ঘাটি আজি অভিযান চলাই উৎখাত কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ লগতে পাঁচজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

মৈৰাবাৰীত ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
author img

By

Published : Jun 8, 2019, 1:34 AM IST

মৰিগাঁও, 8 জুন: মৈৰাবাৰী থানাৰ অন্তৰ্গত জে এচ আই ইটা ভাটাৰ কাষত দীৰ্ঘ দিন ধৰি চলি অহা অবৈধ জুৱাৰ ঘাটিত আজি অভিযান চলাই উৎখাত কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ লগতে পাঁচজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ জুৱাৰ ঘাটিৰ পৰা আৰক্ষীয়ে নগদ পাঁচ হাজাৰ টকা সহ তাচ-পাত আৰু মোবাইল ফোন জব্দ কৰে ৷

পাচত আৰক্ষীয়ে 148/19 নম্বৰত গোচৰ ৰুজু কৰি জুৱাৰী ক্ৰমে মোচাৰফ আনাৰুল খাঁ আৰু মজিবুৰ দিলদাৰক মৰিগাঁও জেললৈ প্ৰেৰণ কৰে ৷

মৈৰাবাৰীত ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

মৰিগাঁও, 8 জুন: মৈৰাবাৰী থানাৰ অন্তৰ্গত জে এচ আই ইটা ভাটাৰ কাষত দীৰ্ঘ দিন ধৰি চলি অহা অবৈধ জুৱাৰ ঘাটিত আজি অভিযান চলাই উৎখাত কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ লগতে পাঁচজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ জুৱাৰ ঘাটিৰ পৰা আৰক্ষীয়ে নগদ পাঁচ হাজাৰ টকা সহ তাচ-পাত আৰু মোবাইল ফোন জব্দ কৰে ৷

পাচত আৰক্ষীয়ে 148/19 নম্বৰত গোচৰ ৰুজু কৰি জুৱাৰী ক্ৰমে মোচাৰফ আনাৰুল খাঁ আৰু মজিবুৰ দিলদাৰক মৰিগাঁও জেললৈ প্ৰেৰণ কৰে ৷

Intro:মৈৰাবাৰীত পাচ জুৱাৰী গ্ৰেপ্তাৰ ঘাটি উচ্ছেদBody:মৈৰাবাৰী থানাৰ এলেকাৰ জে এচ আই ইটা ভাটাৰ কাষত দীৰ্ঘ দিন ধৰি চলি অহা অবৈধ জুৱাৰ ঘাটি আজি মৈৰাবাৰী আৰক্ষীয়ে এক অভিযান চলাই পাচ জুৱাৰী গ্ৰপ্তাৰ কৰাৰ লগতে পাচ হেজাৰ টকা তাচ পাত মবাইল জব্দ কৰে ।আৰক্ষীয়ে পাছত 148/19 নম্বৰত গোচৰ ৰুজু কৰি জুৱাৰী ঞমে মোচাৰফ আনাৰুল খাআৰুল মজিবুৰ দিলদাৰক মৰিগাও জেললৈ প্ৰেৰন কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.