ETV Bharat / briefs

ৰাছিয়া আৰু তালিবানৰ মাজৰ ষড়যন্ত্ৰৰ প্ৰতিবেদনত প্ৰতিক্ৰিয়া ড'নাল্ড ট্ৰাম্পৰ - জন বোল্টোন

শুকুৰবাৰে নিউয়ৰ্ক টাইমছযোগে অজ্ঞাত চৰকাৰী বিষয়াই কয় যে, ট্ৰাম্পক এক গোপন প্ৰতিবেদন প্ৰেৰণ কৰা হৈছিল, য'ত অভিযোগ উত্থাপন হৈছিল যে আমেৰিকাৰ সেনাক হত্যা কৰাৰ বাবে মস্কোৱে তালিবানক পুৰস্কৃত কৰে । ইফালে দেওবাৰে ট্ৰাম্পে এই সকলোবোৰ মিছা বুলি উল্লেখ কৰি কয় যে, ''উপৰাষ্ট্ৰপতি মাইক পেন্স আৰু চীফ অৱ ষ্টাফ মাৰ্ক মীডোজকো অভিযোগৰ কথা অৱগত কৰা নাছিল ।''

ৰাছিয়া আৰু তালিবানৰ মাজৰ ষড়যন্ত্ৰৰ প্ৰতিবেদনত প্ৰতিক্ৰিয়া ড'নাল্ড ট্ৰাম্পৰ

author img

By

Published : Jun 29, 2020, 7:51 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ জুন : আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মিডিয়া প্ৰতিবেদনক নস্যাৎ কৰি কয় যে, ‘’তেওঁক ৰাছিয়া আৰু তালিবানৰ মাজৰ আফগানিস্তানত হোৱা আমেৰিকাৰ সৈনিকৰ হত্যাৰ ষড়যন্ত্ৰ গোপন বিষয়ববীয়াৰ দ্বাৰা অৱগত কৰোৱা হৈছিল ।'' প্ৰাক্তন ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা (NSA) জন বোল্টোনে সদৰি কৰে এই কথা ।

বোল্টোনে কয় যে, ‘’ৰাষ্ট্ৰপতিয়ে জানিবলৈ দিয়া অনুসৰি তেওঁৰ এনেকুৱা কোনো কথাই এতিয়ালৈকে শুনা নাই । তেওঁ এনেকুৱা কিয় কৰিব?''

উল্লেখ্য যে, শুকুৰবাৰে নিউয়ৰ্ক টাইমছযোগে অজ্ঞাত চৰকাৰী বিষয়াই কয় যে, ট্ৰাম্পক এক গোপন প্ৰতিবেদন প্ৰেৰণ কৰা হৈছিল, য'ত অভিযোগ উত্থাপন হৈছিল যে, আমেৰিকাৰ সেনাক হত্যা কৰাৰ বাবে মস্কোৱে তালিবানক পুৰস্কৃত কৰে ।

ৰাছিয়া আৰু তালিবানৰ মাজৰ ষড়যন্ত্ৰৰ প্ৰতিবেদনত প্ৰতিক্ৰিয়া ড'নাল্ড ট্ৰাম্পৰ
ৰাছিয়া আৰু তালিবানৰ মাজৰ ষড়যন্ত্ৰৰ প্ৰতিবেদনত প্ৰতিক্ৰিয়া ড'নাল্ড ট্ৰাম্পৰ

ইফালে দেওবাৰে ট্ৰাম্পে এই সকলোবোৰ মিছা বুলি সদৰি কৰি কয় যে, ‘’উপৰাষ্ট্ৰপতি মাইক পেন্স আৰু চীফ অৱ ষ্টাফ মাৰ্ক মীডোজকো অভিযোগৰ কথা অৱগত কৰা নাছিল ।'' আনহাতে, তালিবানীসকলেও সংবাদ পত্ৰৰ এই বাতৰি মিছা বুলি আঁওৰাই কয় যে, ‘’আফগানিস্তাৰ পৰা আমেৰিকান সেনাসকলক প্ৰত্যাহাৰ কৰাত এয়া এক বাধা প্ৰদান কৰা হৈছে ।''

লগতে পঢ়ক : পাকিস্তান ষ্টক এক্সচেঞ্জত সন্ত্ৰাসবাদীৰ আক্ৰমণ, 9 নিহত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.