কৰিমগঞ্জ,২৬ এপ্ৰিল : কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ দুল্লভচৰা-চেৰাগী পথত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ানক ঘটনা । পথটোৰ কাষতে থকা পথাৰত ওপৰত পৰি আছে বিদ্যুত পৰিবাহী তাঁৰ লগতে খুঁটা । দীৰ্ঘদিন ধৰি পথাৰৰ ওপৰতে পৰি আছে বিদ্যুত পৰিবাহী তাঁৰ সংযোগী বিদ্যুতৰ খুঁটা । আনকি,এটা-দুটা নহয় বহুকেইটা বিদ্যুৎপৰিবাহী তাঁৰ সংযোগী খুঁটাবোৰ এনেদৰেই পৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ । ইফালে বিদ্যুৎ বিভাগে ইয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।
কৰিমগঞ্জৰ পথাৰত বিদ্যুৎ পৰিবাহী খুঁটা - বিদ্যুৎ বিভাগে
কৰিমগঞ্জ জিলাৰ দুল্লভচৰা-চেৰাগী পথত কাষৰ পথাৰত ভয়ানক অৱস্থাত পৰি আছে বহুকেইটা বিদ্যুৎ পৰিবাহী খুঁটা

কৰিমগঞ্জৰ পথাৰত বিদ্যুৎপৰিবাহী খুটা
কৰিমগঞ্জ,২৬ এপ্ৰিল : কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ দুল্লভচৰা-চেৰাগী পথত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ানক ঘটনা । পথটোৰ কাষতে থকা পথাৰত ওপৰত পৰি আছে বিদ্যুত পৰিবাহী তাঁৰ লগতে খুঁটা । দীৰ্ঘদিন ধৰি পথাৰৰ ওপৰতে পৰি আছে বিদ্যুত পৰিবাহী তাঁৰ সংযোগী বিদ্যুতৰ খুঁটা । আনকি,এটা-দুটা নহয় বহুকেইটা বিদ্যুৎপৰিবাহী তাঁৰ সংযোগী খুঁটাবোৰ এনেদৰেই পৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ । ইফালে বিদ্যুৎ বিভাগে ইয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।
কৰিমগঞ্জৰ পথাৰত বিদ্যুৎপৰিবাহী খুটা
কৰিমগঞ্জৰ পথাৰত বিদ্যুৎপৰিবাহী খুটা
Intro:পথাৰত ওপৰত বিদ্যুত পৰিবাহী লাইন।Body:Slug. Dangerous position electrical line ,karimganj.
যিকোনো মুহূৰ্ততে কোনবাৰ জীৱন কাঢ়ি লৈ যাব পাৰে এখন বিদ্যুতৰ লাইন।কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ দুল্লভচৰা-চেৰাগী পথৰ কাষত পথাৰৰ মাজত এনেদৰে পঢ়ি আছে বিদ্যুতৰ এটা লাইন।উদাসীন দুল্লভচৰা বিদ্যুৎ বিভাগ।যিকোনো সময়ত দুৰ্ঘটনাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।বহুদিনৰ পৰা এনেদৰে আছে এই বিদ্যুৎ পৰিবাহী লাইন।।।Conclusion:কৰিমগঞ্জৰ ৰাতাবাৰী সমষ্টিত এই ঘটনা।।।