ETV Bharat / briefs

বটদ্ৰৱাৰ শান্তিজান বজাৰত উদ্ধাৰ শিশু শ্ৰমিক - ETV BHARAT

বটদ্ৰৱাৰ শান্তিজান বজাৰত চাইল্ড লাইনৰ অভিযান ৷ অভিযানত উদ্ধাৰ হয় সাত টিকৈ শিশু শ্ৰমিক

বটদ্ৰৱাৰ শান্তিজান বজাৰত উদ্ধাৰ শিশু শ্ৰমিক
author img

By

Published : Jun 25, 2019, 5:29 PM IST

বটদ্ৰৱাৰ,25 জুন: শান্তিজান বজাৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি একাংশ অসাধু ব্যৱসায়ীয়ে শিশুক নিয়োজিত কৰিছিল কামত ৷ আৰু সেই শিশু কেইজনে শ্ৰমিক হিচাপে কাম কৰি থকা অৱস্থাতে মঙলবাৰে নগাঁও চাইল্ড লাইনৰ শ্ৰম বিষয়া ছয়নিকা গোস্বামী আৰু ধিং চক্ৰ বিষয়া স্নেহা ভৰালীৰ নেতৃত্বত চলোৱা এই অভিযানত বটদ্ৰৱা আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে সাতটিকৈ শিশু ৷

বটদ্ৰৱাৰ শান্তিজান বজাৰত উদ্ধাৰ শিশু শ্ৰমিক

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিগত বহু দিন ধৰি শিশু শ্ৰমিক নিয়োগ কৰাৰ কথা চাইল্ড লাইনক অৱগত কৰি আহিছিল অঞ্চলটোৰ ৰাইজে ৷ আৰু সেয়েহে আজি হঠাৎ চাইল্ড লাইন আৰু বটদ্ৰৱা আৰক্ষী শান্তিজান বজাৰত উপস্থিত হয় আৰু অভিযান চলাই উদ্ধাৰ কৰে সাতটিকৈ শিশু শ্ৰমিক ৷ ইতিমধ্যে এই শিশু কেইজনক শ্ৰমিক হিচাপে নিয়োজিত কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে চাইল্ড লাইনে এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে বটদ্ৰৱাৰ সমীপৱৰ্তী বিভিন্ন অঞ্চলৰ বজাৰ,হোটেলকে ধৰি ব্যৱসায় প্ৰতিষ্ঠানত এতিয়াও নিয়োজিত হৈ আছে শিশু শ্ৰমিক ৷

Intro:Body:বটদ্ৰৱাৰ শান্তিজান বজাৰত Child line ৰ অভিযান । উদ্ধাৰ সাত জনকৈ শিশু শ্ৰমিক ।

বটদ্ৰৱাৰ শান্তিজান বজাৰত Child line ৰ সফল অভিযান। অভিযানত উদ্ধাৰ হয় সাত জনকৈ শিশু শ্ৰমিক । বটদ্ৰৱাৰ শান্তিজান বজাৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে শিশু শ্ৰমিকক নিয়োজিত কৰিছিল কামত । আৰু সেই শিশু কেইজনে শ্ৰমিক হিচাপে কাম কৰি থকা অবস্থাতে মংগলবাৰে Child line নগাওঁৰ লেবাৰ অফিচাৰ ছয়নিকা গোস্বামী আৰু ধিং চক্র বিষয়া শ্নেহা ভৰালিৰ নেতৃত্বত চলোৱা এই অভিযান বটদ্ৰৱা আৰক্ষী স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে এটি সাত জনকৈ শিশু। স্থানীয় ৰাইজৰ অভিযোগ স্থানীয় ৰাইজে বিগত বহু দিন ধৰি শিশু শ্ৰমিক নিয়োগ কৰা কথা Child line ক কৰি আহিছিল অবগত । সেইহে হৎথাত Child line আৰু বটদ্ৰৱা আৰক্ষী বজাৰত হয় উপস্থিত ।উপস্থিত হৈ উদ্ধাৰ কৰে এই সাতিকৈ শিশু । ইতিমধ্যে এই শিশু কেইজনক শ্ৰমিক হিচাপে নিয়োজিত কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে Child line এ দিখিল কৰিছে এজাহাৰ । এজাহাৰৰ দিয়াৰ পিছত বটদ্ৰৱা আৰক্ষীয়ে এই অসাধু ব্যৱসায়ীক শাস্তি প্রদান কৰিবলৈ সক্ষম হবনে ? সেইয়া সময়তহে লক্ষণীয় হব ।উল্লেখ্য যে বটদ্ৰৱাৰ সমীপৱৰ্তী বিভিন্ন থাইৰ বজাৰৰ, হোটেলকে ধৰি ব্যৱসায় প্ৰতিষ্ঠানত. এতিয়াও নিয়োজিত হৈ আছে শিশু শ্ৰমিক । এতিয়া প্ৰশ্ন হয় বটদ্ৰৱাৰ শান্তিজান বজাৰতেই Child line এ শিশু শ্ৰমিক উদ্ধাৰ কৰি সমৰিব নেকি নিজৰ দ্বায়িত্ব? নে পৰবৰ্তী সময়ত আকৌ Child line এ চলাব অভিযান? সেই প্ৰশ্নই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া । ________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.