ETV Bharat / briefs

অসম-অৰুণাচল সীমান্তৱৰ্তী আদৰ্শগাঁও ৰূপে খ্যাত চপালগা গাঁওৰ শতবাৰ্ষিকী উদযাপন - শতবাৰ্ষিকী অনুষ্ঠান

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী আদৰ্শ গাঁওৰূপে খ্যাত চপালগা গাঁৱত উদযাপন কৰা হয় শতবাৰ্ষিকী অনুষ্ঠান ৷

অসম-অৰুণাচল সীমান্তবৰ্তী আদৰ্শগাওঁ ৰূপে খ্যাত চপালগা গাওঁৰ শতবাৰ্ষিকী উদযাপন
author img

By

Published : May 14, 2019, 12:01 PM IST

শোণিতপুৰ,14 মে': শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী আদৰ্শ গাঁওৰূপে খ্যাত চপালগা গাঁৱত উদযাপন কৰা হয় শতবাৰ্ষিকী অনুষ্ঠান ৷ তিনিদিনীয়াকৈ উদযাপন কৰা গাঁওখনৰ শতবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰে পৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ইয়াৰ লগতে কোঁচ নৃত্য,বড়ো নৃত্য,বিহুনৃত্য,গোপী নৃত্য,কৃষ্ণ নৃত্য,সত্ৰীয়া নৃত্য আদিকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যগীতেৰে মুখৰিত হয় চপালগা গাঁওৰ পৰিৱেশ ৷

অসম-অৰুণাচল সীমান্তবৰ্তী আদৰ্শগাওঁ ৰূপে খ্যাত চপালগা গাওঁৰ শতবাৰ্ষিকী উদযাপন

উল্লেখ্য যে ৫০১ গৰাকী জনসংখ্যাৰ চপালগা গাঁওখন বৃটিছৰ আমোলতে গঢ় লৈ উঠা এখন বনগাঁও ৷ উক্ত শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰ,চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি ৷

ব্ৰিটিছে গঢ়া গাঁওখন আজি শতবৰ্ষত পদাপৰ্ণ কৰাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰে ৷ বিভিন্ন কাৰ্যসূচী আৰু সাংস্কৃতিক অনুষ্ঠানৰে গাঁওবাসী ৰাইজে উলহ-মালহেৰে তিনিদিনীয়াকৈ উদযাপন কৰে গাওঁখনৰ শতবাৰ্ষিকী অনুষ্ঠান ৷

Intro:অসম-অৰুনাচল সীমান্তবৰ্তী আদৰ্শগাওঁ ৰূপে খ্যাত চপালগা গাওঁৰ শতবাৰ্ষিকী উদযাপন।

Body:ৰঙাপৰাঃ শোণিতপুৰৰ অসম-অৰুনাচল সীমান্তবৰ্তী আদৰ্শ গাওঁ ৰূপে খ্যাত চপালগা গাওঁখনত উদযাপন কৰে শতবাৰ্ষিকী অনুষ্ঠান।তিনিদিনীয়াকৈ উদযাপন কৰা গাওঁখনৰ শতবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰে পৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে কোঁছ নৃত্য, বড়ো নৃত্য ,বিহুনৃত্য, গোপী নৃত্য,কৃষ্ণ নৃত্য, সত্ৰীয়া নৃত্য আদিকে কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যগীতে চপালগা গাওঁৰ আকাশ বতাহ মুখৰিত কৰি তোলে। উল্লেখ্য যে ৫০১ গৰাকী জনসংখ্যাৰ চপালগা গাওঁখন বৃটিছৰ আমোলতে গঢ় লৈ উঠা এখন বনগাওঁ।উক্ত শতবাৰ্ষিকী অনুষ্ঠানত শোণিতপুৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰ, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৃটিছে গঢ়া গাঁওখন আজি শতবৰ্ষত পদাপৰ্ণ কৰাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰে। বিভিন্ন কাৰ্যসূচী আৰু সাংস্কৃতিক অনুষ্ঠানৰে গাঁওবাসী ৰাইজে উলহ-মালহেৰে তিনিদিনীয়াকৈ উদযাপন কৰে গাওঁখনৰ শতবাৰ্ষিকী অনুষ্ঠান।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.