ETV Bharat / briefs

বোকাখাতত অসামৰিক সেৱাৰ প্ৰশিক্ষণ - বিশিষ্ট নাগৰিক তথা সাংবাদিক

প্ৰতি দেওবাৰে প্ৰদান কৰা হ'ব এই প্ৰশিক্ষণ ৷ প্ৰশিক্ষণৰ জৰিয়তে অসামৰিক সেৱাত সাফল্য লাভ কৰিব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলে নিজকে প্ৰস্তুত কৰি তুলিব পাৰিব বুলি আশা ব্যক্ত কৰিছে অঞ্চলটোৰ শিক্ষাৰ্থীসকলে ৷

অসামৰিক সেৱা পৰীক্ষাৰ প্ৰশিক্ষণৰ শুভাৰম্ভণি
author img

By

Published : May 5, 2019, 6:18 PM IST

বোকাখাত,৫মে' : দেওবাৰে বোকাখাত মহকুমা প্ৰশাসনে মহকুমাটোৰ শিক্ষাৰ্থীসকলক অসামৰিক সেৱাত অৱতীৰ্ণ হ'ব পৰাকৈ সাজু কৰি তুলিবলৈ এক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । অফিচাৰচ ক্লাবত এই প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভণি কৰা হয় ।

বোকাখাতত অসামৰিক সেৱাৰ প্ৰশিক্ষণ

ৰাজহ চক্ৰ বিষয়া খনীন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টাল, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, মহকুমা আৰক্ষী বিষয়াৰ লগতে শতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে । প্ৰতি দেওবাৰে প্ৰদান কৰা হ'ব এই প্ৰশিক্ষণ ৷ প্ৰশিক্ষণৰ জৰিয়তে অসামৰিক সেৱাত সাফল্য লাভ কৰিব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলে নিজকে প্ৰস্তুত কৰি তুলিব পাৰিব বুলি আশা ব্যক্ত কৰিছে অঞ্চলটোৰ শিক্ষাৰ্থীসকলে ৷

Intro:এইবাৰ ইউপিএছচি, এপিএছচি ত উজ্বলিব বোকাখাতৰ ছাত্ৰ-ছাত্ৰীয়ে, মহকুমা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ।Body:বোকাখাত, 05-05-2019
আজি বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত অফিচাৰচ ক্লাবত অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হব খোজা ছাত্ৰ-ছাত্ৰী সকলে উপকৃত হব পৰাকৈ প্ৰশিক্ষণ কায্যসূচীৰ শুভাৰম্ভ কৰা হয়। ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানটোত অসম চৰকাৰৰ পৰিবহণ আয়ুক্ত আইএএছ বিষয়া বীৰেন্দ্ৰ মিত্তাল, বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, মহকুমা আৰক্ষী বিষয়া, বিশিষ্ট নাগৰিক তথা সাংবাদিককে প্ৰমুখ্যে কৰি শতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। প্ৰতি দেওবাৰে অনুষ্ঠিত হবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে বোকাখাত মহকুমাৰ অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্ৰ-ছাত্ৰীসকল উপকৃত হব।Conclusion:Bite1: participant
Byte2: Virendra Mittal
শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.