বিলাসীপাৰা, 28 এপ্ৰিল : বিলাসীপাৰাত ধুমুহাৰ তাণ্ডৱ ৷ শনিবাৰে নিশা বিলাসীপাৰাৰ ৰানীগঞ্জ ,কুৰ্শাকাটি আৰু শালটাৰী গাঁৱত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি আহে ৷ প্ৰচণ্ড ধুমুহাৰ ফলত উভালি পৰে প্ৰকাণ্ড-প্ৰকাণ্ড গছৰ লগতে বিদ্যুতৰ খুঁটা ৷ বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত বিলাসীপাৰাত ব্যাহত হৈ পৰে বিদ্যুত যোগান ৷ ইপিনে, শালটাৰী গাঁৱৰ পেপেন্দ্ৰ নাথ নামৰ এজন লোকৰ নৱ নিৰ্মিত পকী গৃহৰ লগতে শৌচালয় ভাঙি পৰে ৷ লোকজনৰ ঘৰ আৰু শৌচালয় ভাঙি পৰাত কেইবালক্ষাধিক টকাৰ ক্ষতি সাধন হয় ৷
বিলাসীপাৰাত ধুমুহাৰ তাণ্ডৱ - কুৰ্শাকাটি
বিলাসীপাৰাত ধুমুহাৰ তাণ্ডৱৰ ফলত বিস্তৰ ক্ষতি হয়
বিলাসীপাৰা, 28 এপ্ৰিল : বিলাসীপাৰাত ধুমুহাৰ তাণ্ডৱ ৷ শনিবাৰে নিশা বিলাসীপাৰাৰ ৰানীগঞ্জ ,কুৰ্শাকাটি আৰু শালটাৰী গাঁৱত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি আহে ৷ প্ৰচণ্ড ধুমুহাৰ ফলত উভালি পৰে প্ৰকাণ্ড-প্ৰকাণ্ড গছৰ লগতে বিদ্যুতৰ খুঁটা ৷ বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত বিলাসীপাৰাত ব্যাহত হৈ পৰে বিদ্যুত যোগান ৷ ইপিনে, শালটাৰী গাঁৱৰ পেপেন্দ্ৰ নাথ নামৰ এজন লোকৰ নৱ নিৰ্মিত পকী গৃহৰ লগতে শৌচালয় ভাঙি পৰে ৷ লোকজনৰ ঘৰ আৰু শৌচালয় ভাঙি পৰাত কেইবালক্ষাধিক টকাৰ ক্ষতি সাধন হয় ৷
প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত প্ৰকাণ্ড প্ৰকাণ্ড গছ বিদ্যুতৰ খুটা উভালি পৰে |Body:বিলাসীপাৰা মহকুমাৰ ভিন্ন প্ৰান্তৰ এনে ক্ষয় ক্ষতি দেখিবলৈ পোৱা গৈছে।ৰানীগঞ্জ ,কুৰ্শাকাটি ,
শালটাৰী গাঁৱৰ পেপেন্দ্ৰ নাথৰ নৱ নিৰ্মিত পকী গৃহ , শৌচালয় বিনষ্ট |Conclusion:কেবা লক্ষাধিক টকা মূল্যৰ সা সম্পত্তিৰ ক্ষতিসাধন |
পুৱাৰে পৰা বিদ্যুত সেৱা ব্যাহত |
Bite 1.পেপেন্দ্ৰ নাথৰ পুত্ৰ.
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM