ETV Bharat / briefs

হাতে-হাতে কোৰ লৈ বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ গাঁওবাসী

author img

By

Published : May 10, 2019, 5:54 PM IST

বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ গঞাটোলা-বৰগাঁও গ্ৰাম্য পথৰ দুৰৱস্থা, এজাক বৰষুণতেই বোকাময় পৰিৱেশ,যাৰ বাবে হাতে-হাতে কোৰ লৈ অঞ্চলবাসী ওলাই আহে পথ নিৰ্মাণৰ বাবে

হাতে-হাতে কোৰ লৈ বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ গাঁওবাসী

বাইহাটা,১০মে' : বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ গঞাটোলা-বৰগাঁও গ্ৰাম্য পথৰ জৰাজীৰ্ণ অৱস্থা । এজাক বৰষুণতে পথটো পুখুৰী সদৃশ হৈ পৰাত বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা । যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাত ছয়-সাঁতখন গাঁৱৰ ৰাইজে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় ।

উল্লেখ্য যে, স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক পথটো নিৰ্মাণ কৰাৰ বাবে আবেদন জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী । পথটোৰ দুৰৱস্থাৰ বাবে গাঁওবাসী অতিষ্ঠ হৈ পৰে আৰু শুকুৰবাৰে হাতে-হাতে কোৰ লৈ পথটো নিৰ্মাণৰ বাবে ওলাই আহে ভুক্তভোগী ৰাইজ । ইফালে,অতি শীঘ্ৰে পথটোৰ সু-ব্যৱস্থা নকৰিলে অনাগত দিনত অঞ্চলটোত ৰাজনৈতিক নেতাৰ প্ৰৱেশ বন্ধ হ'ব বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে ।

Intro:BAIHATA PUBLIC REPAIR DAMAGE ROAD

V/O: বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ গঞাটোলা-বৰগাঁও গ্ৰাম্য পথৰ জৰাজীৰ্ণ ৰূপ । হাতে হাতে কোদাল লৈ ওলাই আহিল ভুক্তভূগী ৰাইজ। নিৰ্বাচনৰ সময়ত ভিন্ন প্ৰৰ্থীয়ে দিয়া আশ্বাসক প্ৰত্যাহাৰ জনালে ভুক্তভূগী ৰাইজৰ । এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰা এই পথটোৰ যাতায়ত ব্যৱস্থা এতিয়া অচল।ফলত ছয় সাত খন গাঁৱৰ ৰাইজৰ যাতায়তৰ বাবে অসুবিধা হৈ পৰিছে । স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃ পক্ষক পথটি নিৰ্মাণ কৰাৰ বাবে আবেদন জনোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ শোভিত । অতি সোনকালে এই পথটো নিৰ্মাণ নকৰিলে অনাগত দিনত কোনো ৰাজনৈতিক নেতাক গাঁও খনত সোমাব নিদিয়াৰো হুংকাৰ দিয়ে স্থানীয় ৰাইজে ।
বাইট:Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.