নিউজ ডেস্ক,২২মে': মঙলবাৰে নিশা দিল্লীৰ 'দ্য অশোকা' হোটেলত অমিত শ্বাহে আয়োজন কৰে এক নৈশ ভোজৰ। য'ত এন.ডি.এৰ নেতৃত্বসকলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিহাৰৰ প্ৰধানমন্ত্ৰী নীতিশ কুমাৰ,প্ৰকাশ সিং বাদল,উদ্ধৱ থাকৰে উপস্থিত থাকে।
উল্লেখ্য যে,২০১৯বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে মাজত মাত্ৰ এটা দিন থকাৰ সময়তে এই নৈশ ভোজত নিৰ্বাচন সম্পৰ্কে বহু কথাই আলোচনা কৰা হয়। ইফালে,বহু কেইটা এগজিট প’লৰ সমীক্ষাত বিজেপিয়ে ভাল ফলাফল লাভ কৰিব বুলি চৰ্চা চলে নৈশ ভোজত।
দিল্লীৰ দ্য অশোকাত নৈশ ভোজনৰ আয়োজন বিজেপিৰ - ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
দিল্লীৰ 'দ্য অশোকা' হোটেলত অমিত শ্বাহে আয়োজন কৰা নৈশ ভোজনত এই বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল সম্পৰ্কে আলোচনা কৰে, য'ত এন.ডি.এৰ. সদস্যসকলৰ লগতে বিজেপিৰ বহু মুখ্য ব্যক্তি উপস্থিত থাকে
![দিল্লীৰ দ্য অশোকাত নৈশ ভোজনৰ আয়োজন বিজেপিৰ](https://etvbharatimages.akamaized.net/assets/images/breaking-news-placeholder.png?imwidth=3840)
নিউজ ডেস্ক,২২মে': মঙলবাৰে নিশা দিল্লীৰ 'দ্য অশোকা' হোটেলত অমিত শ্বাহে আয়োজন কৰে এক নৈশ ভোজৰ। য'ত এন.ডি.এৰ নেতৃত্বসকলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিহাৰৰ প্ৰধানমন্ত্ৰী নীতিশ কুমাৰ,প্ৰকাশ সিং বাদল,উদ্ধৱ থাকৰে উপস্থিত থাকে।
উল্লেখ্য যে,২০১৯বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে মাজত মাত্ৰ এটা দিন থকাৰ সময়তে এই নৈশ ভোজত নিৰ্বাচন সম্পৰ্কে বহু কথাই আলোচনা কৰা হয়। ইফালে,বহু কেইটা এগজিট প’লৰ সমীক্ষাত বিজেপিয়ে ভাল ফলাফল লাভ কৰিব বুলি চৰ্চা চলে নৈশ ভোজত।
AMIT SHAH AND MODI DINNER THE OSHOKA
দিল্লীৰ দ্য অশোকাত নৈশ ভোজনৰ আয়োজন বিজেপিৰ
নিউজ ডেস্ক,২২মে' : মঙলবাৰে নিশা দিল্লীৰ 'দ্য অশোকা' হোটেলত অমিত শ্বাহে আয়োজন কৰে নৈশ ভোজনৰ । য'ত এন.ডি.এৰ নেতৃত্বসকলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিহাৰৰ প্ৰধানমন্ত্ৰী নিতিশ কুমাৰ,প্ৰকাশ সি বাদাল, উদ্ভৱ ঠাকুৰিয়া উপস্থিত থাকে ।
উল্লেখ্য যে, ২০১৯বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ বাবে মাজত মাত্ৰ এটা দিন থকাৰ সময়তে এই নৈশ ভোজনত নিৰ্বাচন সম্পৰ্কে বহু কথাই আলোচনা কৰা হয় । ইফালে,বহু কেইটা এগজিট প’লৰ সমীক্ষাত বিজেপিয়ে ভাল ফলাফল লাভ কৰিব বুলি আলোচনা কৰা হয় ।