ETV Bharat / briefs

মিত্ৰজোট চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আঞ্চলিকতাবাদ সুৰক্ষা সমিতিৰ

অগপ-বিজেপি মিত্ৰজোটৰ পাচতে অন্তঃকন্দলত জৰ্জৰিত হোৱা আঞ্চলিক দল অগপৰ পৰিপ্ৰেক্ষিততে আত্মপ্ৰকাশ কৰিলে আঞ্চলিকতাবাদী সুৰক্ষা সমিতি নামৰ দলটোৱে

author img

By

Published : Apr 8, 2019, 8:22 PM IST

আঞ্চলিকতাবাদ সুৰক্ষা সমিতি

যোৰহাট, ৮ এপ্ৰিলঃ বিজেপিক ভোট নিদিবলৈ আহ্বান নৱ গঠিত আঞ্চলিকতাবাদ সুৰক্ষা সমিতি নামৰ সংগঠনৰ । অগপ-বিজেপি মিত্ৰজোটৰ পাচতে অন্তঃকন্দলত জৰ্জৰিত হোৱা আঞ্চলিক দল অগপৰ পৰিপ্ৰেক্ষিততে আত্মপ্ৰকাশ কৰিলে আঞ্চলিকতাবাদী সুৰক্ষা সমিতি নামৰ দলটোৱে । সোমবাৰে যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি নৱ গঠিত দলটোৰ আহ্বায়ক নিৰেন শৰ্মাই বিজেপক ভোট নিদিবলৈ আহ্বান জনাই ভোটাৰ ৰাইজক । বিজেপি পুনৰ শাসনলৈ আহিলে CAB আনিবই আৰু CAB য়ে অসমীয়া জাতি ধ্বংস কৰিব বুলি মন প্ৰকাশ কৰে । আনহাতে, দলটোৰ আন এজন সদস্য হৰেশ নেওগে অগপক মেৰুদণ্ডহীন বুলি মন্তব্য কৰে । লগতে ক্ষমতা লোভে অগপক অন্ধ কৰাৰ লগতে এআইইউডিএফৰ দৰে ভোট ভিক্ষা কৰিবলগীয়া হোৱা বুলিও মত প্ৰকাশ কৰে সদস্য গৰাকীয়ে ।

বিজেপিক ভোট নিদিবলৈ আহ্বান জনালে নৱ গঠিত আঞ্চলিকতাবাদ সুৰক্ষা সমিতি নামৰ সংগঠনটোৱে। শাসনাধিস্থ বিজেপি দলৰ সৈতে ৰাজ্যৰ আঞ্চলিক দল অগপৰ পুনৰ মিত্ৰতা গঢ় লৈ উঠাৰ পাছতেই অন্তঃকন্দলত জৰ্জৰিত হৈ পৰিছিল আঞ্চলিক দল অগপ আৰু পৰিপ্ৰেক্ষিতত আত্মপ্ৰকাশ কৰিলে আঞ্চলিকতাবাদী সুৰক্ষা সমিতি নামৰ দলটোৱে। আজি যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি নৱ গঠিত দলটোৰ আহ্বায়ক নিৰেন শৰ্মাই বিজেপক ভোট নিদিবৰ বাবে ৰাইজক আহ্বান জনাই। তেওঁ সাংবাদিকৰ আগত উল্লেখ কৰে যে বিজেপি পুনৰ শাসনলৈ আহিলে কেব আনিবই,  আৰু কেবে অসমীয়া জাতি ধ্বংস কৰিব বুলি তেওঁ উল্লেখ কৰে। সেয়ে ৰাইজক বিজেপিক ভোট দিয়াৰ পৰা বিৰত থাকিবৰ বাবে তেওঁ আহ্বান জনায়। সংবাদ মেলত নৱ গঠিত দলটোৰ আন এজন আহ্বায়ক হৰেশ নেওগে অগপ দলক মেৰুদণ্ডহীন বুলি কয়। ক্ষমতা লোভে অগপক ইমানেই অন্ধ কৰিলে যে এ আই ডি ইউ এফৰ দৰে দলক ভোট ভিক্ষা কৰিব লগা হ'ল। উল্লেখ্য যে, আজিৰ সংবাদ মেলত মৰিয়নিৰ আন এজন আহ্বায়ক ৰঞ্জিত গোহাঁই বৰুৱা লগতে সংগঠনটোৰ বহু সদস্য উপস্থিত আছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.