ETV Bharat / briefs

এএফচি ইউ-১৬ চেম্পিয়নশ্বিপত গ্ৰুপ-চিত অন্তৰ্ভুক্ত ভাৰত - এএফচি ইউ-১৬ চেম্পিয়নশ্বিপত গ্ৰুপ-চিত অন্তৰ্ভুক্ত ভাৰত

তাচকেণ্টৰ Group-B চেম্পিয়ন হিচাপে ১৬ৰ অনুৰ্ধৰ চেম্পিয়নশ্বিপত ভাৰতে ফাইনেলৰ বাবে নিৰ্বাচন হৈছিল য'ত উজবেকিস্তান, বাহৰেইন আৰু তুৰ্কমেনিস্তানো এটা দল হিচাপে অন্তৰ্ভুক্ত আছিল । ভাৰতীয় কোল্টে ৩ খন খেলত ৭ পইণ্টৰ সৈতে ১১ টা গ'ল দিয়ে । AFC U-16ত এয়া ভাৰতৰ তৃতীয়বাৰ একেৰাহে জয় আৰু মুঠ নৱমবাৰ জয় ।

এএফচি ইউ-১৬ চেম্পিয়নশ্বিপ : কোৰিয়া ৰিপাব্লিক, অষ্ট্ৰেলিয়া আৰু উজবেকিস্তান দলৰ সৈতে গ্ৰুপ-চিত ভাৰত

author img

By

Published : Jun 18, 2020, 9:14 PM IST

স্পৰ্টছ ডেস্ক, ১৮ জুন : বৃহস্পতিবাৰে কুৱালালামপুৰৰ এফ চি হাউচত হ'বলগীয়া AFC U-16 Championship Bahrain 2020ৰ বাবে কোৰিয়া ৰিপাব্লিক, অষ্ট্ৰেলিয়া আৰু উজবেকিস্তান দলৰ সৈতে Group-Cত ভাৰতীয় দলকো ৰখা হৈছে । চাৰি চেমি ফাইনেলিষ্ট দলে ২০২১ চনত পেৰুত হবলগীয়া ১৭ৰ অনুৰ্ধৰ ফিফা বিশ্ব কাপত যোগ্যতা অৰ্জন কৰিব ।

এএফচি ইউ-১৬ চেম্পিয়নশ্বিপ : কোৰিয়া ৰিপাব্লিক, অষ্ট্ৰেলিয়া আৰু উজবেকিস্তান দলৰ সৈতে গ্ৰুপ-চিত ভাৰত
এএফচি ইউ-১৬ চেম্পিয়নশ্বিপ : কোৰিয়া ৰিপাব্লিক, অষ্ট্ৰেলিয়া আৰু উজবেকিস্তান দলৰ সৈতে গ্ৰুপ-চিত ভাৰত

তাচকেণ্টৰ Group B চেম্পিয়ন হিচাপে ১৬ৰ অনুৰ্ধৰ চেম্পিয়নশ্বিপত ভাৰতে ফাইনেলৰ বাবে নিৰ্বাচন হৈছিল য'ত উজবেকিস্তান, বাহৰেইন আৰু তুৰ্কমেনিস্তানো এটা দল হিচাপে অন্তৰ্ভুক্ত আছিল । ভাৰতীয় কোল্টে ৩ খন খেলত ৭ পইণ্টৰ সৈতে ১১ টা গল দিয়ে । AFC U-16ত এয়া ভাৰতৰ তৃতীয়বাৰ একেৰাহে জয় আৰু মুঠ নৱমবাৰ জয় । ১৬ৰ অনুৰ্ধৰ দলৰ ৰাষ্ট্ৰীয় মুখ্য প্ৰশিক্ষক বিবিয়ানো ফাৰ্ণাণ্ডেজে কয় যে, ‘’ল'ৰাসকল ইয়াৰ বাবে উৎসুক হৈ পৰিছে''। ২০১৯ চনত তাচকেণ্টত হোৱা নিৰ্বাচনী খেলত ভাৰতীয় কোল্টে উজবেকিস্তান দলৰ মুখামুখি হৈছিল আৰু ১-১ গ'লত খেলখন সমাপ্ত কৰে ।

লগতে চাওকঃ "আনলক 1" য়ে সকাহ দিয়া নাই মন্দিৰৰ পূজাৰী তথা সামগ্ৰী বিক্ৰেতা সকলক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.