ETV Bharat / briefs

নামতিত বিদ্যুৎস্পৃষ্ট যুৱকৰ মৃত্যু

শিৱসাগৰৰ নামতিত বিদ্যুৎস্পৃষ্ট হৈ দিগন্ত বৰা নামৰ এজন যুৱকৰ মৃত্যু হয়

নামতিত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু
author img

By

Published : Jun 22, 2019, 5:03 PM IST

Updated : Jun 22, 2019, 5:43 PM IST

আমগুৰি,২২জুন : শিৱসাগৰৰ নামতিত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজনৰ নাম দিগন্ত বৰা। নামতিৰ শালকাঠনিৰ দিগন্ত বৰা নামতি বিদ্যুৎ উপকেন্দ্ৰৰ অস্থায়ী কৰ্মচাৰী আছিল । শুকুৰবাৰে বিদ্যু্তৰ কাম কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত হৈছিল দিগন্ত বৰা। দিগন্তক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও শনিবাৰে যুৱকজনৰ মৃত্যু হয়। স্থানীয় ৰাইজৰ দাবী নামতি বিদ্যুৎ উপকেন্দ্ৰৰ কৰ্মচাৰীৰ ভুলৰ বাবেই যুৱকজনৰ মৃত্যু হয়।

Intro:Body:আমগুৰি, ২২ জুন:

নামতিত বিদ্যুৎস্পৃষ্ট যুৱকৰ মৃত্যু

মৃত যুৱকজনৰ নাম দিগন্ত বৰা

নামতি বিদ্যুৎ উপকেন্দ্ৰ অস্থায়ী কৰ্মচাৰী আছিল দিগন্ত বৰা

নামতি শালকাঠনিত ঘৰ যুৱকজনৰ

শুক্ৰবাৰে নামতি ষ্টেছনৰ সমীপত বৈদ্যুতিক খুটাত উঠি বিদ্যু্ৎ ব্যৱস্থা মেৰামতি কৰি থাকোতে বিদ্যুৎস্পৃষ্ট হৈছিল যুৱকজন

নামতি বিদ্যুৎ উপকেন্দ্ৰৰ কৰ্মচাৰীৰ ভুলৰ কাৰণেই সংঘটিত এই ঘটনাৰ পিছতে উত্তেজিত হৈ উঠিছিল স্থানীয় লোক

আজি যুৱকজনৰ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়

অমায়িক যুৱকজনৰ মৃত্যুত নামতি অঞ্চলত শোকৰ ছাঁ পৰিছে।

Conclusion:
Last Updated : Jun 22, 2019, 5:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.