ETV Bharat / briefs

বৰপেটাত ডিজিটেল ইণ্ডিয়াৰ চতুৰ্থ বৰ্ষপূৰ্ত্তি - Etv Bharat

বৰপেটা জিলাৰ দহটাৰো অধিক বিভাগৰ সেৱাত ইতিমধ্যে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। পৰ্যায়ক্ৰমে বাকী থকা বিভাগসমূহৰ সেৱা সমূহতো এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব

বৰপেটাত ডিজিটেল ইণ্ডিয়াৰ চতুৰ্থ বৰ্ষপূৰ্ত্তি
author img

By

Published : Jul 2, 2019, 8:15 AM IST

Updated : Jul 2, 2019, 9:11 AM IST

বৰপেটা,2 জুলাই: বৰপেটা জিলাৰ দহটাৰো অধিক বিভাগৰ সেৱাত ইতিমধ্যে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। পৰ্যায়ক্ৰমে বাকী থকা বিভাগসমূহৰ সেৱা সমূহতো এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব ৷ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত লোৱা 'ডিজিটেল ইণ্ডিয়া'ৰ প্ৰচাৰ অভিযানৰ চতুৰ্থ বৰ্ষপূৰ্ত্তি উপলক্ষে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এখন সভাত এই তথ্য প্ৰদান কৰে জিলা উপায়ুক্তই ৷

বৰপেটাত ডিজিটেল ইণ্ডিয়াৰ চতুৰ্থ বৰ্ষপূৰ্ত্তি

জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ভাৰতবৰ্ষ জনসংখ্যা আৰু অৰ্থনৈতিক শক্তিৰে বিশ্বৰ অন্যতম বৃহৎ শক্তি হিচাপে পৰিগণিত হোৱাৰ দিশত আগবাঢ়িছে বুলি ব্যক্ত কৰে ৷ লগতে এনে অৱস্থাত প্ৰযুক্তিৰ ন ন কৌশল প্ৰয়োগ কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশতো দেশখনক আগবঢ়াই নিয়াৰ কথাও ব্যক্ত কৰে ৷ সভাখনত জিলাখনৰ তথ্য প্ৰযুক্তি বিষয়া সতীশ চন্দ্ৰ শৰ্মা,জিলা উন্নয়ন আয়ুক্ত ড: বাবুল চহৰীয়ায়ো ভাষণ প্ৰদান কৰে ৷

Intro:
বৰপেটা, ১জুলাই: বৰপেটা জিলাৰ দহটাৰো অধিক বিভাগৰ সেৱাত ইতিমধ্যে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে । পৰ্যায়ক্ৰমে বাকী থকা বিভাগসমুহৰ সেৱা সমূহতো এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত লোৱা 'ডিজিটেল ইণ্ডিয়া'ৰ প্ৰচাৰ অভিযানৰ চতুৰ্থ বৰ্ষপূৰ্ত্তি উপলক্ষে আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত এখন সভাত এই তথ্য প্ৰদান কৰে জিলা উপায়ুক্তই ৷ Body:জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কয় যে, ভাৰতবৰ্ষ জনসংখ্যা আৰু অৰ্থনৈতিক শক্তিৰে বিশ্বৰ অন্যতম বৃহৎ শক্তি হিচাপে পৰিগণিত হোৱাৰ দিশত আগবাঢ়িছে । এনে অৱস্থাত প্ৰযুক্তিৰ ন ন কৌশল প্ৰয়োগ কৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশতো দেশখনক আগবঢ়াই নিব লাগিব বুলি কয় ৷ সভাখনত জিলা তথ্য পিৰযুক্তি বিষয়া সতীশ চন্দ্ৰ শৰ্মা, জিলা উন্নয়ন আয়ুক্ত ড: বাবুল চহৰীয়ায়ো ভাষন প্ৰদান কৰে ৷
Conclusion:--- বাপকন দাস, বৰপেটা
Last Updated : Jul 2, 2019, 9:11 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.