ETV Bharat / briefs

কৰিমগঞ্জত ২৫ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট জব্দ

author img

By

Published : Oct 17, 2020, 9:48 AM IST

গোপন সূত্ৰৰ পম খেদি বদৰপুৰ আৰক্ষীয়ে এজন যুৱকৰ গুদামৰ পৰা ২৫ লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ।

কৰিমগঞ্জত ২৫  লক্ষাধিক টকাৰ বাৰ্মিজ চিগাৰেট জব্দ আৰক্ষীৰ

কৰিমগঞ্জ, 17অক্টোবৰ : কৰিমগঞ্জৰ উমৰপুৰত ২৫ লক্ষ টকাৰ বাৰ্মিজ চিগাৰেট জব্দ কৰিিবলৈ সক্ষম হয় বদৰপুৰ আৰক্ষীয়ে । শুকুৰবাৰে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বদৰপুৰ আৰক্ষীয়ে এক অভিযান চলায় । উক্ত অভিযানত উমৰপুৰৰ হোসেন আহমেদ নামৰ এজন যুৱকৰ গুদামৰ পৰা ২৫ লক্ষ টকাৰ বাৰ্মিজ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ।

কিন্তু এতিয়ালৈকে কোনো এজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : এইখন চৰকাৰে আৰম্ভ কৰিছে চাকৰিৰ ছিণ্ডিকেটঃ দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.