নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত ৭ বছৰীয়া কন্যা শিশুৰ সৈতে সংঘটিত হয় ধৰ্ষণ কাণ্ড ।
ঘৰৰ পৰা আঁতৰত এঘৰৰ ছাদত সংঙ্গাহীন অৱস্থাত তেজেৰে তুমুৰলি হৈ পৰি আছিল কন্যা শিশুটো ।
ঘটনা সন্দৰ্ভত বুধানা আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬ডি আৰু পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।
চক্ৰ আৰক্ষী বিষয়া গিৰিজা শংকৰে জানিবলৈ দিয়া অনুসৰি ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ভুক্তভোগীৰ পিতৃৰ অভিযোগৰ ভিত্তিত দুগৰাকী লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
আনহাতে ধৰ্ষণৰ বলি হোৱা কন্যা শিশুটি বৰ্তমানে স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।