ETV Bharat / breaking-news

আমগুৰিত চুলাই পান কৰি এজনৰ মৃত্যু

author img

By

Published : Mar 9, 2019, 7:11 PM IST

আমগুৰিত চুলাই পান কৰি এজনৰ মৃত্যু

2019-03-09 18:32:36

শনিবাৰে সুৰাপান ফলত গোলাঘাটত তিনিজনকৈ লোকৰ মৃত্যুৰ পাচতেই শনিবাৰে বিয়লি শিৱসাগৰৰ আমগুৰিটো সংঘটিত হয় অনুৰূপ ঘটনা ৷

শিৱসাগৰ , 9 মাৰ্চঃ তিতাবৰ আৰু গোলাঘাট কাণ্ডৰ পিছত এইবাৰ আমগুৰিত বিষাক্ত চুলাইয়ে প্ৰাণ ল'লে এজন বিবাহিত যুৱকৰ । শিৱসাগৰ জিলাৰ আমগুৰি ঘোঁৰাচোৱা গাঁৱত বিষাক্ত সুৰাপান কৰি মৃত্যু হয় যুৱকজনৰ৷ ৰন্টু চেতিয়া নামৰ বিবাহিত যুৱকজনে বিষাক্ত সুৰাপান কৰি শনিবাৰে মৃত্যুক আকোঁৱালি ল’ব লগা হয়৷ স্থানীয় ৰাইজৰ অভিযোগ আমগুৰি আবকাৰী আৰু প্ৰশাসনে চুলাই ভাটী আৰু অবৈধ সুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনে কাণ্ড সংঘটিত হয় ।

আমগুৰিত চুলাই সেৱন কৰি এজনৰ মৃত্যু
Syory-LIQURE_DEATH
Ananta smith
Sivasagar
09th March

A_SVR_09TH_MAR_809-810_LIQURE_DEATH_ANANTA

আমগুৰি ঘোঁৰাচোৱা গাঁওত চুলাই সেৱন কৰি এজনৰ মৃত্যু।মৃত বিবাহিত যুৱকজনৰ নাম ৰন্টু চেতীয়া  (৩০)

 তিতাবৰ আৰু গোলাঘাট কাণ্ডৰ পিছত এইবাৰ আমগুৰিত বিষাক্ত চুলাইয়ে প্ৰাণ ল'লে এজন বিবাহিত যুৱকৰ। আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰাচোৱা গাঁওৰ 
 ৰন্টু চেতীয়া নামৰ যুৱকজন সুৰাসক্তৰ পিছতে পৰিয়ালটোলৈও নামি আহিছিল ঘোৰ অমানিশা।

স্থানীয় ৰাইজৰ অভিযোগ আমগুৰি আবকাৰী আৰু প্ৰশাসনে চুলাই ভাটী আৰু অবৈধ সুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে।

Bite-স্থানীীয় লোক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.