ETV Bharat / breaking-news

বদৰপুৰৰ বাগুয়া ত্ৰিভেলজ এম ই স্কুলত চুৰি কাণ্ড - Badarpur

চোৰে বিদ্যালয়খনৰ দৰ্জা ভাঙি ৰন্ধন সামগ্ৰীসহ লৈ যায় গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ ।

Baguya ME School Thief Case
author img

By

Published : Jun 14, 2020, 9:08 PM IST

কৰিমগঞ্জ, ১৪ জুন : কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ বাগুয়া ত্ৰিভেলজ এম ই স্কুলত শনিবাৰে নিশা চোৰে চলাই উপদ্ৰৱ । চোৰে বিদ্যালয়খনৰ দৰ্জা ভাঙি ৰন্ধন সামগ্ৰীসহ লৈ যায় গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ । ইতিমধ্যে ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Baguya ME School Thief Case
বদৰপুৰৰ বাগুয়া ত্ৰিভেলজ এম ই স্কুলত চুৰি কাণ্ড

বদৰপুৰত ধাৰাবাহিকভাৱে সংঘটিত হ'ব ধৰিছে চুৰি কাণ্ড । বদৰপুৰত বাগুয়া গাঁৱত বিগত কেইবাদিনত সংঘটিত ইটোৰ পাছত সিটো চুৰিৰ ঘটনাই চিন্তাত পেলাইছে সাধাৰণ লোকক । চোৰক আটক কৰাৰ বিপৰীতে বদৰপুৰ আৰক্ষীয়ে নিৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে ।

লগতে পঢ়ক : অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ সৈতে ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.