ETV Bharat / bharat

মিজোৰামৰ উপ-নিৰ্বাচনত জেডপিএম প্ৰাৰ্থীৰ জয় - SERCHHIP CONSTITUENCY OF MIZORAM

মিজোৰামৰ চাৰ্চিপ সমষ্টিৰ উপ নিৰ্বাচনত শেষ হাঁহি মাৰিলে জেডপিএমৰ প্ৰাৰ্থী লালদুহোমাই । লালদুহোমাই মুঠ ৮২৬৯ টা ভোট লাভ কৰাৰ বিপৰীতে এমএমএফৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে মুঠ ৫৩১৯ টা ভোট ।

ZPM candidate Lalduhoma
মিজোৰামৰ উপ নিৰ্বাচনত জেডপিএম প্ৰাৰ্থীৰ জয়
author img

By

Published : May 2, 2021, 4:34 PM IST

নেশ্যনেল ডেস্ক,২ মে': অৱশেষত মিজোৰামৰ চাৰ্চিপ সমষ্টিৰ উপ নিৰ্বাচনত শেষ হাঁহি মাৰিলে জেডপিএমৰ প্ৰাৰ্থী লালদুহোমাই । ২৯৫০ টা ভোটত জয়ী হ'ল লালদুহোমা । এমএমএফৰ প্ৰাৰ্থী ভানলালজৱামাৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দিতা হয় যদিও সমষ্টিটোত বিজয় ধ্বজা উৰুৱালে জেডপিএমৰ প্ৰাৰ্থী লালদুহোমাই । লালদুহোমাই মুঠ ৮২৬৯ টা ভোট লাভ কৰাৰ বিপৰীতে এমএমএফৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে মুঠ ৫৩১৯ টা ভোট ।

ZPM candidate Lalduhoma
মিজোৰামৰ উপ নিৰ্বাচনত জেডপিএম প্ৰাৰ্থীৰ জয়

সমান্তৰালকৈ কংগ্ৰেছে লাভ কৰে ২৬০৪ টা ভোট । কিন্তু লক্ষণীয়ভাৱে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে মাত্ৰ ২৫০ টা ভোট । ইয়াৰোপৰি পিচি দলে ৩৮ টা, আইএনডিয়ে ৪৩ টা ভোট লাভ কৰে । চাৰ্চিপৰ ৰাইজে নোটাত ভোট প্ৰদান কৰে মুঠ ৩২ টা ।

লগতে পঢ়ক: বিধানসভা নিৰ্বাচনৰ ফলাফল: বিজয় উৎসৱ পালনত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.