ETV Bharat / bharat

লকডাউন সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ন্যায়িক ক্ষমতা পৰীক্ষা কৰা হ'ব:উচ্চতম ন্যায়ালয় - লকডাউন সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ন্যায়িক ক্ষমতা পৰীক্ষা কৰা হ'ব

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে কয় যে মহামাৰীৰ মাজত লকডাউন ঘোষণা কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ ন্যায়িক ক্ষমতা পৰীক্ষা কৰিব উচ্চতম ন্যায়ালয়ে । লকডাউন আৰোপ কৰাৰ বিষয়টোত উচ্চতম ন্যায়ালয়ে বিচাৰে যে সেই ক্ষমতা কেৱল ৰাজ্যসমূহৰ ওপৰত হে থাকিব আৰু ই ন্যায়িক সিদ্ধান্ত নহয় ।

লকডাউন সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ ন্যায়িক ক্ষমতা পৰীক্ষা কৰা হ'ব

author img

By

Published : Apr 22, 2021, 7:12 PM IST

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল: লকডাউন ঘোষণা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা । বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা মতে কৰ'ণা পৰিস্থিতিকলৈ লকডাউনৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ ন্যায়িক ক্ষমতা পৰীক্ষা কৰা হ'ব । মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত গঠিত বিচাৰপীঠে সাম্প্ৰতি সময়ৰ ভয়ংকৰ পৰিস্থিতিৰ বুজ লয় । লকডাউন আৰোপ কৰাৰ বিষয়টোত উচ্চতম ন্যায়ালয়ে বিচাৰে যে সেই ক্ষমতা কেৱল ৰাজ্যসমূহৰ ওপৰত হে থাকিব আৰু ই ন্যায়িক সিদ্ধান্ত নহয় ।

ইতিমধ্যে বিষয়টো পৰ্যৱেক্ষণৰ বাবে হৰিশ চালভেক এমিকাছ কুৰী হিচাপে নিযুক্তি দিয়া হৈছে । শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে ছয়খন উচ্চ ন্যায়ালয় ক্ৰমে দিল্লী,মুম্বাই, ছিকিম, মধ্যপ্ৰদেশ, কলকাতা আৰু এলাহাবাদে ক'ভিড সম্পৰ্কীয় বিষয়সমূহৰ মোকাবিলা কৰি আছে ; কিন্তু ই বিভ্ৰান্তি সৃষ্টি কৰাৰ লগতে সম্পদ পৰিৱৰ্তন কৰে ।

মন কৰিবলগীয়া যে, দিল্লী উচ্চ ন্যায়ালয় আৰু মুম্বাই উচ্চ ন্যায়ালয়ে ২১ এপ্ৰিলত আদালতৰ সময়ৰ পিছত নিশা পলমকৈ অক্সিজেন যোগান সম্পৰ্কীয় বিষয়টো গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক:কৰ'ণা সম্পৰ্কত চনু চুডৰ মন্তব্য

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.