ETV Bharat / bharat

Weekly Horoscope: সপ্তাহটোৰ ৰাশিফল

কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ চাওক সপ্তাহটোৰ ৰাশিফল (Know Your week with ETV Bharat Astrology)...

weekly-horoscope-for-6th-march-to-12th-march-2022
Weekly Horoscope: সপ্তাহটোৰ ৰাশিফল
author img

By

Published : Mar 6, 2022, 5:31 AM IST

মেষ ৰাশি : শুভ সপ্তাহ ৷ বিবাহিত দম্পতীৰ পাৰিবাৰিক জীৱন চাপৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে । বৈবাহিক জীৱনত অস্থিৰতা থাকিব পাৰে । প্ৰেমত শুভ । প্ৰেম সম্পৰ্ক উপভোগ কৰাৰ লগতে সংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে । নিজৰ ওপৰত বিশ্বাস বৃদ্ধি হ'ব পাৰে আৰু ই আপোনাৰ আত্মবিশ্বাস ঘূৰাই আনিব । আপুনি যি শিকি আছে তাত দক্ষতা লাভ কৰি এক বিশেষজ্ঞ হোৱাৰ দিশে আগবাঢ়িব পাৰে । চাকৰিয়াল লোকসকলে সাৱধানে কাম কৰিব । কঠোৰ পৰিশ্ৰম কৰিব ৷ কৰ্মত গুৰুত্ব প্ৰদান কৰিব । ব্যৱসায়ীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে । শিক্ষাৰ্থীসকলৰ পঢ়িবলৈ আগ্ৰহ বৃদ্ধি হ’ব আৰু পাঠ্যক্ৰমতকৈ কিবা বেলেগ শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিব । স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উত্থান-পতনৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । পিঠিৰ বিষ হ'ব পাৰে বা কিছু আঘাত পাব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

বৃষ ৰাশি : সপ্তাহটো শুভ । বিবাহিত জাতক/জাতিকা সকলৰ গাৰ্হস্থ্য জীৱন গতানুগতিক হৈ থাকিব পাৰে । প্ৰেমত শুভ । এই সপ্তাহটো প্ৰেমত আগ্ৰহ থকা সকলৰ বাবে ভাল হ'ব পাৰে । ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । খৰচ বৃদ্ধি । সকলোকে অন্ধভাৱে বিশ্বাস নকৰিব; অন্যথা ইয়াৰ বাবে মূল্য পৰিশোধ কৰিব লাগিব । ভাগ্যই সহায় কৰিব পাৰে ৷ কোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে । চাকৰিয়াল জাতক/জতিকা সকলৰ বাবে এইটো এটা ভাল পৰ্যায় হ'ব পাৰে । কামত ভাল অগ্ৰগতি লাভ কৰিব । শিক্ষাৰ্থীসকলে অমনোযোগিতাৰ সন্মুখীন হ'ব পাৰে । স্বাস্থ্য ক্ৰমান্বয়ে উন্নত হ'ব । চিন্তাবোৰো দূৰ হ'ব ।

মিথুন ৰাশি : শুভ সপ্তাহ । বিবাহিত জাতক/জাতিকা সকলৰ গাৰ্হস্থ্য জীৱন সুখী হ'ব । প্ৰেমত শুভ । আয় বৃদ্ধি ৷ আৰ্থিক চিন্তা হ্ৰাস হ'ব । সপ্তাহটোৰ মাজভাগত কিছুমান সমস্যা হ'ব পাৰে ৷ ব্যয় বৃদ্ধি । পিতৃকলৈ সুখী অনুভৱ কৰিব ।চাকৰিয়াল লোকসকলৰ বাবে অতি ভাল । কামত দৃঢ়ভাৱে আগবাঢ়িব পাৰে । ব্যৱসায়ী শ্ৰেণীৰ বাবে শুভ ৷ পুৰণি কোনো ব্যৱসায় সংক্ৰান্তীয় বিবাদ নিস্পত্তি । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত অধিক পৰিশ্ৰম কৰিব লাগিব । স্বাস্থ্যৰ সম্পৰ্কত উদ্বেগ আৰু সমস্যা হ্ৰাস হ'ব । স্বাস্থ্যৰ উন্নতি । ভ্ৰমণৰ বাবে শুভ ।

কর্কট ৰাশি : প্ৰেমত শুভ । বৈবাহিক জীৱনত চাপৰ পৰা সকাহ পাব পাৰে আৰু সম্পৰ্কত ৰোমাঞ্চ বৃদ্ধি হ’ব । কামত সম্পূৰ্ণ মনোযোগ দিব আৰু ভাল ফলাফল লাভ কৰিব । মনোবল বৃদ্ধি ৷ ব্যৱসায়ী শ্ৰেণীৰ জাতক/ জাতিকাসকলৰ বাবে শুভ হ'ব পাৰে। ব্যৱসায় বৃদ্ধি হ'ব আৰু আয়ো বৃদ্ধি হ'ব । সকলো বিপদাশংকাৰ কাৰকবোৰ বিচাৰ বিবেচনা কৰি বুদ্ধিমত্তাৰে ধন বিনিয়োগ কৰক। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত, তেওঁলোকে এনে এজন ব্যক্তিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰে, যি তেওঁলোকক পঢ়া-শুনাৰ বাবে নিৰ্দেশনা দিব পাৰে। শিক্ষাৰ্থীসকল অধ্যয়নৰ সময় বৃদ্ধি কৰিব লাগিব আৰু অধিক পৰিশ্ৰম কৰিব লাগিব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ'ব পাৰে । স্বাস্থ্যৰ সঠিক যত্ন ল'ব আৰু সৰু-সুৰা স্বাস্থ্যজনিত সমস্যাবোৰ উপেক্ষা নকৰিব । ভ্ৰমণৰ বাবে শুভ।

সিংহ ৰাশি : অতি শুভ । পাৰিবাৰিক জীৱনত কিছু চিন্তা থাকিব পাৰে, তথাপিও পাৰস্পৰিক বুজাবুজি আৰু সন্মানৰ সৈতে সম্পৰ্কটো সমৃদ্ধ হৈ উঠিব পাৰে । প্ৰেমত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে । মনটো শান্ত ৰখা আৰু সম্পৰ্কৰ প্ৰৱাহৰ সৈতে যোৱা ভাল । এটা দীঘলীয়া যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে । ব্যৱসায়ত সফলতা লাভ কৰিব ।চাকৰিয়াল লোকসকলৰ বাবে গতানুগতিক হ'ব । বুদ্ধিমত্তা আৰু নিষ্ঠাৰ সৈতে খুব ভাল কাম কৰিব পাৰে, কিন্তু তথাপিও কিছু প্ৰত্যাহ্বান থাকিব । কৰ্মক্ষেত্ৰত সফলতা আৰু সন্মান লাভ । শিক্ষাৰ্থীসকলৰ বাবে অতি শুভ । শিক্ষাৰ্থীসকলে পূৰ্বৰ দিনবোৰত তেওঁলোকে কৰা সকলো কঠিন পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ ইতিবাচক ফলাফল দেখা পাব পাৰে । স্বাস্থ্যৰ ভালে থাকিব ৷ আহাৰৰ প্ৰতি মনোযোগ দিব লাগিব । ভ্ৰমণৰ বাবে এক অনুকূল সপ্তাহ ।

কন্যা ৰাশি: সমৃদ্ধিশালী হ'ব । বিবাহিত জাতক/জাতিকাসকলৰ পাৰিবাৰিক জীৱন ভাল হ'ব । জীৱন সংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি ভাল হৈ থকাৰ সম্ভাৱনা আছে । প্ৰেমত কিছু উত্থান-পতন থাকিব পাৰে, তথাপিও ৰোমাঞ্চ থাকিব, সেয়েহে আপুনি কোনো সমস্যাৰ সন্মুখীন নহ'ব পাৰে। ব্যয় অত্যধিক বৃদ্ধি ৷ আয়ো বৃদ্ধি ৷ চাকৰিয়াল লোকসকলে কামত ভাল প্ৰদৰ্শন কৰিব পাৰে আৰু কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শনৰ আধাৰত গৌৰৱ আৰু সন্মান অৰ্জন কৰিব । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত যথেষ্ট মনোযোগ দিয়াৰ লগতে কঠিন পৰিশ্ৰম কৰিব লাগিব ৷ অন্যথা, এয়া শিক্ষাৰ্থীসকলৰ বাবে অধিক প্ৰত্যাহ্বানজনক হ'ব পাৰে । স্বাস্থ্যৰ সৰ্বাধিক যত্ন লোৱাৰ প্ৰয়োজন। অসুস্থ হ'ব পাৰে ।ভ্ৰমণৰ বাবে শুভ ।

তুলা ৰাশি : শুভ সপ্তাহ । বিবাহিত লোকসকলৰ পাৰিবাৰিক জীৱন উৎকৃষ্ট হ'ব । পৰিয়ালৰ সৈতে খোজ কাঢ়িবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ব্যৱসায়ত নতুন ব্যৱস্থা ল'ব পাৰে আৰু আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ নতুন ৰণনীতি গ্ৰহণ কৰিব পাৰে ৷ বেতনভোগী লোকসকলে কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিব । লাভ বৃদ্ধি ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত ভাল নম্বৰ পাব । কোনো নতুন বস্তু শিকিবলৈ আগ্ৰহী হ'ব পাৰে । পঢ়া-শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব লাগিব, যাতে কোনো সমস্যা নোহোৱাকৈ পঢ়া-শুনা উপভোগ কৰিব পাৰে । স্বাস্থ্য ভালে থাকিব ৷ কিন্তু বুকু খন হেঁচা মাৰি ধৰা বা হাঁওফাঁওৰ সৈতে সম্পৰ্কিত যিকোনো সমস্যাই বিচলিত কৰিব পাৰে । ভ্ৰমণৰ বাবে ভাল ।

বৃশ্চিক ৰাশি: প্ৰেম সম্পৰ্কক অধিক সুন্দৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব পাৰে । প্ৰিয়জনৰ বাবে কিছু মনোমোহা উপহাৰ আনিব পাৰে । এই উপহাৰটো হয় এটা নতুন পোছাক বা তেওঁৰ পচন্দৰ কিবা হ'ব পাৰে । বিবাহিত জাতক/ জাতিকাসকলৰ পাৰিবাৰিক জীৱনত সুখ থাকিব । আপোনাৰ ব্যক্তিগত জীৱন উন্নত কৰিবলৈ চেষ্টা কৰিব পাৰে । ব্যৱসায়ী লোকসকলৰ বাবে অনুকূল হ'ব। কাম ত্বৰান্বিত হ'ব পাৰে আৰু ব্যৱসায়ে গতি লাভ কৰিব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতিও উন্নত হ'ব । ব্যয় কিছু হ্ৰাস হ'ব ৷ চাকৰিয়ালসকলৰ বাবে শুভ । মানুহৰ প্ৰিয়পাত্ৰ হ'ব পাৰে । শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ বাবে উৎসৰ্গা কৰক আৰু আকাংক্ষিত ফলাফল প্ৰাপ্ত কৰক। কোনো গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যাৰ পূৰ্বানুমান কৰা হোৱা নাই যদিও খাদ্য আৰু পানীয়ৰ বিষয়ে অলপ সতৰ্ক হোৱা প্ৰয়োজন ৷ ভ্ৰমণৰ বাবে খুব ভাল নহয় ।

ধনু ৰাশি: মধ্যমীয়া ভাৱে ফলপ্ৰসূ হ'ব পাৰে । প্ৰেমত শুভ । বিবাহিত জীৱনত কিছু উদ্বেগৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । জীৱন সংগীৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, সেয়েহে তেওঁৰ যত্ন ল'ব । ব্যৱসায়ী শ্ৰেণীৰ লোকসকলৰ বাবে গতানুগতিক হ'ব । কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ চাকৰিয়াল লোকসকলৰ বাবে উত্থান-পতনেৰে ভৰি থাকিব । সহকৰ্মীসকলৰ লগত কিছু মতভেদত জড়িত হ’ব পাৰে ৷ যাৰ ফলত পৰিৱেশ অলপ উত্তপ্ত হ'ব পাৰে । শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত ভাল ফলাফল পোৱাৰ বাবে এইটো এটা ভাল সময় হ'ব পাৰে । স্বাস্থ্য ভালে থাকিব পাৰে । আহাৰৰ প্ৰতি অলপ মনোযোগ দিয়ক । ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ।

মকৰ ৰাশি: এপাৰিবাৰিক জীৱন সুস্থিৰ হৈ থাকিব । পাৰিবাৰিক দায়িত্বৰ প্ৰতি অলপ অধিক মনোযোগ দিব লাগিব পাৰে । ৰোমান্টিক সম্পৰ্কত থকা লোকসকলে তেওঁলোকৰ সম্পৰ্কৰ গভীৰতা বুজি পাব লাগিব । কামত সফলতা লাভৰ সম্ভাৱনা আছে । বেতনভোগী লোকসকলে কঠোৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব ৷ খ্যাতি বৃদ্ধি হ'ব । ব্যৱসায়ী লোকসকল সাৱধান হৈ থাকিব লাগিব । খৰখেদাকৈ কোনো কাম নকৰিব আৰু তৎক্ষণাত কোনো সিদ্ধান্ত নল'ব । চিন্তাশীলভাৱে আৰু ধৈৰ্য্যসহকাৰে কাম কৰিলে সফলতা লাভ কৰিব । শিক্ষাৰ্থীসকলৰ বাবে ভাল ৷ শিক্ষাৰ্থীসকলক মনোযোগৰ অভাৱেই আপোনাক আমনি কৰিব পাৰে । লাভজনক হ’ব । স্বাস্থ্যৰ প্ৰতি কিছু মনোযোগ দিব লাগিব । সৰু-সুৰা সমস্যা থাকিলেও অৱহেলা নকৰিব আৰু চিকিৎসকৰ পৰা সঠিক নিৰ্দেশনা ল'ব আৰু ইয়াৰ চিকিৎসা কৰাব । ভ্ৰমণৰ বাবে ভাল ।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক/জাতিকসকলৰ বাবে শুভ হ'ব পাৰে । বিবাহিত লোকৰ পাৰিবাৰিক জীৱন সুখী হ'ব । জীৱন সংগীৰ পৰা কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শ ল'ব পাৰে, যি অদূৰ ভৱিষ্যতে অতি উপযোগী প্ৰমাণিত হ'ব পাৰে । প্ৰেমত উত্থান-পতনৰ সন্মুখীন হ'ব লাগিব পাৰে । প্ৰেমত ভুল বুজাবুজিৰ সম্ভাৱনা আছে আৰু ই সম্পৰ্কৰ বান্ধোন প্ৰভাৱিত কৰিব পাৰে । ব্যয় বৃদ্ধি । দীৰ্ঘম্যাদী বিনিয়োগ কৰিবলৈ এইটো এটা ভাল সময় হ'ব পাৰে। চাকৰিয়াল লোকসকলে কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে । ব্যৱসায়ী শ্ৰেণীৰ জাতক/জাতিকাসকলৰ বাবে শুভ হ'ব পাৰে । কঠোৰ পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে আৰু ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি হ'ব পাৰে । শিক্ষাৰ্থীসকলৰ বাবে মধ্যমীয়া হ'ব । স্বাস্থ্যৰ উত্থান-পতন হ'ব পাৰে। এনে পৰিস্থিতিত, স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব । ভ্ৰমণৰ বাবে শুভ ।

মীন ৰাশি: ইতিবাচক ফলাফল লাভ কৰিব । বিবাহিত লোকসকলেপাৰিবাৰিক জীৱন সম্পৰ্কে অলপ উদ্বিগ্ন হৈ থাকিব পাৰে । জীৱন সংগীৰ আচৰণ সলনি হ'ব পাৰে। ৰোমান্টিক সম্পৰ্কত থকা জাতক/জাতিকাসকলে তেওঁলোকৰ সম্পৰ্কত আবেগ অনুভৱ কৰিব পাৰে, কিন্তু কিছু মতভেদৰ বাবে সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ’ব পাৰে । গতিকে সাৱধান হৈ থকা উচিত । যথেষ্ট উৎসাহ আৰু উত্তেজনাৰে কাম কৰিব ৷ লাভ বৃদ্ধি । ব্যৱসায় কৰা লোকসকলৰ বাবে আশাৰে ভৰি থাকিব পাৰে ৷ ব্যৱসায়ীসকলে কিছুমান নতুন কাম হাতত ল’ব পাৰে ৷ বিত্তীয় স্থিতি দ্ৰুতগতিত বৃদ্ধি । চাকৰিয়াল লোকসকল সাৱধানে থকা উচিত ৷ কৰ্মক্ষেত্ৰত খৰধৰ হ'ব পাৰে । শান্ত দৃষ্টিভংগীৰে কাম কৰাটো সহায়ক হ'ব পাৰে আৰু ইয়াৰ ফলত সমস্যাৰ পৰা আঁতৰি থকিব পাৰিব । শিক্ষাৰ্থীসকলে অধ্যয়নত অধিক মনোযোগ দিব লাগিব পাৰে ৷ কিয়নো বহুতো বাধাই তেওঁলোকৰ মনোযোগ বিচলিত কৰিব পাৰে । স্বাস্থ্যৰ সামান্য উন্নতি হ'ব পাৰে । ভ্ৰমণৰ বাবে শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.