ETV Bharat / bharat

সপ্তাহটোৰ ৰাশিফল - সপ্তাহটোৰ ৰাশিফল

কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ চাওক সপ্তাহটোৰ ৰাশিফল...

weekly horoscope
সপ্তাহটোৰ ৰাশিফল
author img

By

Published : Oct 3, 2021, 12:05 AM IST

Updated : Oct 7, 2021, 2:04 PM IST

মেষ ৰাশি : সামগ্ৰিকভাৱে এই সপ্তাহটো আপোনাৰ বাবে শুভ হ’ব ৷ অৱশ্যে সপ্তাহৰ আৰম্ভণিটো কিছু খেলি-মেলি হ’ব পাৰে ৷ মানসিক চাপ বৃদ্ধি হ’ব পাৰে ৷ অপ্ৰয়োজনীয় খৰচো কৰিব লগীয়া হ’ব পাৰে ৷ চাকৰি কৰি থকাসকলৰ পদোন্নতি হ’ব পাৰে নাইবা আৰু ভাল পদ পাব পাৰে ৷ এই সময়ছোৱাত ব্যৱসায়ীসকল কিছু সতৰ্ক হোৱা উচিত ৷ কাৰণ আপোনাৰ অংশীদাৰে আপোনাক ঠগিব পাৰে ৷ বৈবাহিক জীৱন সুখৰ ৷ সপ্তাহৰ মাজৰ সময়ছোৱা ভ্ৰমণৰ বাবে শুভ হ’ব ৷

বৃষ ৰাশি : সপ্তাহটো মধ্যমীয়া ৷ বৈবাহিক জীৱনত কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ প্ৰেমৰ সম্পকৰ্ত কিছু জটিলতা আহিব পাৰে ৷ আয় বৃদ্ধি ৷ ব্যৱসায়ত শুভ ৷ সন্তানৰ যতন লওক ৷

মিথুন ৰাশি : সপ্তাহটো অতি শুভ হ’ব ৷ সপ্তাহৰ আৰম্ভণিতে ভ্ৰমণলৈ যাব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে শুভ সময় ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ আয় আৰু লাভ বৃদ্ধি ৷ স্বাস্থ্য উন্নত ৷ বিবাহিত সকলৰ শুভ সপ্তাহ ৷ অৱশ্যে, এই সময়খিনি প্ৰেমিক/ প্ৰেমিকাসকলৰ বাবে বৰ শুভ নহ’ব পাৰে ৷ ভ্ৰমণৰ বাবে শুভ সপ্তাহ ৷

কর্কট ৰাশি : শুভ সপ্তাহ ৷ বৈবাহিক জীৱন সুখৰ ৷ অৱশ্যে মানসিক চাপত ভূগিব পাৰে ৷ যাৰ ফলত হঠাৎ খং উঠিব পাৰে ৷ সপ্তাহৰ আৰম্ভণিতে আৰ্থিক লাভ অৰ্জন কৰিব পাৰে ৷ কিন্তু, সপ্তাহৰ মাজভাগ মানত খৰচ বঢ়াৰো সম্ভাৱনা আছে ৷ সপ্তাহটোৰ আৰম্ভণি আৰু শেষৰ সময়ত শিক্ষাৰ্থীসকলৰ মনোযোগ ভাল হ’ব ৷ অৱশ্যে, সপ্তাহৰ মাজভাগ মানত তেওঁলোকে মনোযোগ হেৰুৱাব পাৰে ।

সিংহ ৰাশি : সপ্তাহটো শুভ ৷ পাৰিবাৰিক জীৱন সুখৰ ৷ কৰ্মত সফল ৷ চাকৰিৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ীসকল কিছু সাৱধান হ’ব ৷ কিছু প্ৰশাসনিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷ স্বাস্থ্য উন্নত ৷

কন্যা ৰাশি : সপ্তাহটো কিছু মধ্যমীয়া হ’ব ৷ সপ্তাহটোৰ আৰম্ভণিতে খৰচ বৃদ্ধি ৷ মানসিক চাপ হ্ৰাস ৷ ব্যৱসায়ত শুভ ৷ স্বাস্থ্য উন্নত ৷ বিবাহিত জীৱনত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ প্ৰেমিক/ প্ৰেমিকাসকলৰ বাবে এটা শুভ সপ্তাহ ৷

তুলা ৰাশি : সপ্তাহটো মধ্যমীয়া হ’ব ৷ ব্যৱসায়ত কিছু সতৰ্ক হওক ৷ বৈবাহিক জীৱনত কিছু অশান্তি হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷ মানসিক চাপ সন্মুখীন হ’ব পাৰে ৷ স্বাস্থ্য উন্নত ৷ সপ্তাহটোৰ মাজৰ সময়ছোৱা ভ্ৰমণৰ বাবে শুভ ৷

বৃশ্চিক ৰাশি : সপ্তাহটো মধ্যমীয়া হ’ব ৷ প্ৰেমত শুভ ৷ স্বাস্থ্য উন্নত ৷ কঠিন পৰিশ্ৰমৰ ফল লাভ ৷ চাকৰিৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ ব্যৱসায়ত শুভ ৷ সপ্তাহটোৰ শেষৰ দিনকেইটা ভ্ৰমণৰ বাবে শুভ ৷

ধনু ৰাশি : সপ্তাহটো মধ্যমীয়া হ’ব ৷ স্বাস্থ্য উন্নত ৷ চাকৰি কৰি থকাসকলৰ বাবে শুভ সপ্তাহ ৷ ব্যৱসায়ীসকলৰ বাবে শুভ সপ্তাহ ৷ বিবাহিতসকলৰ বাবে শুভ সময় ৷ আনহাতে, প্ৰেমিক/প্ৰেমিকা সকলৰ বাবে সময় শুভ হ’ব ৷ সপ্তাহটোৰ মাজৰ সময়ছোৱা ভ্ৰমণৰ বাবে শুভ ৷

মকৰ ৰাশি : শুভ সপ্তাহ ৷ আয় বৃদ্ধি ৷ নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ সপ্তাহ ৷ বিবাহিত সকলৰ বাবে শুভ সময় ৷ প্ৰেমত শুভ ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ সপ্তাহৰ অন্তিম দিনটো ভ্ৰমণৰ বাবে শুভ ৷

কুম্ভ ৰাশি : সপ্তাহটোত শুভ ৷ ভাগ্য ভাল ৷ হাতত লোৱা সকলো কামতে প্ৰায় সাফল হ’ব ৷ ব্যৱসায়ীসকলৰ বাবে সময় খিনি মধ্যমীয়া হ’ব ৷ স্বাস্থ্যৰ যতন লওক ৷ বন্ধু বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

মীন ৰাশি : সপ্তাহটোত শুভ ৷ সপ্তাহটোৰ আৰম্ভনিটো অতি শুভ ৷ প্ৰেমত শুভ তথা পাৰস্পৰিক বন্ধন সুদৃঢ় হ’ব ৷ বিবাহিত সকলৰ বাবে শুভ সপ্তাহ ৷ আঁকোৰগোঁজ মনোভাৱে ত্যাগ কৰক ৷ আয় বৃদ্ধি ৷ স্বাস্থ্য উন্নত ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ সপ্তাহ ৷ সপ্তাহটোৰ আৰম্ভণিটো তথা শেষৰ দুটা দিন ভ্ৰমণলৈ যাবৰ বাবে শুভ ৷

Last Updated : Oct 7, 2021, 2:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.