মেষ ৰাশি : ভাল-বেয়াৰ মাজেৰে সপ্তাহটো পাৰ হ’ব ৷ আয়-ব্যয় বৃদ্ধি ৷ ব্যৱসায়ত লাভ ৷ পাৰিবাৰিক জীৱন সুখৰ ৷ প্ৰেমত শুভ ৷ মানসিক চাপ হ্ৰাস পাব ৷ ভ্ৰমণৰ যোগ ৷
বৃষ ৰাশি : সপ্তাহটো শুভ ৷ সপ্তাহৰ আৰম্ভণিতে ভ্ৰমণৰ যোগ আছে ৷ আত্মীয়-স্বজনৰ সৈতে সম্পৰ্ক উন্নত ৷ বন্ধুবৰ্গৰ সৈতে ভালদৰে সময় পাৰ হ’ব ৷ ভ্ৰমণৰ যোগ ৷ বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ খৰচ বৃদ্ধি ৷ স্বাস্থ্য উন্নত ৷
মিথুন ৰাশি : সপ্তাহটো বিভিন্নতাৰ মিশ্ৰণ হ’ব ৷ সতৰ্কতা অৱলম্বন কৰক ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ বিবাহৰ যোগ ৷ বিবাহৰ সংযোগ ঘটিব ৷ ভ্ৰমণৰ যোগ ৷
কর্কট ৰাশি : সপ্তাহটো শুভ ৷ গ্ৰহৰ স্থান শুভ ৷ প্ৰেম তথা বিবাহ সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ স্বাস্থ্যৰ সমস্যাত পৰিব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি : সপ্তাহটো শুভ ৷ সপ্তাহৰ আৰম্ভণিতে খৰচ বৃদ্ধি ৷ মানসিক চাপ বৃদ্ধি ৷ শান্ত হৈ সময় পাৰ কৰক ৷ ব্যৱসায়ত সংযম হওক ৷ স্বাস্থ্যৰ যতন লওক ৷ প্ৰেমত শুভ ৷
কন্যা ৰাশি : সপ্তাহটো শুভ ৷ মনত নতুন উৎসাহ থাকিব ৷ কৰ্মস্পৃহা বৃদ্ধি ৷ বৈবাহিক জীৱন সুখৰ ৷ ভ্ৰমণৰ যোগ ৷ ব্যৱসায়ত লাভ ৷ বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ যতন লওক ৷ পাৰিবাৰিক জীৱন সুখৰ ৷
তুলা ৰাশি : সপ্তাহটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক শুভ ৷ স্বাস্থ্য উন্নত ৷
বৃশ্চিক ৰাশি : সপ্তাহটো শুভ ৷ ভাগ্য ভাল ৷ কৰ্মত পদোন্নতি ৷ ব্যৱসায়ত শুভ ৷ দাম্পত্য জীৱন সুখৰ ৷
ধনু ৰাশি : সপ্তাহটো মধ্যমীয়া হ’ব ৷ সপ্তাহটোৰ আৰম্ভনি ভ্ৰমণ কৰাৰ পৰা বিৰত থাকক । খৰচ বৃদ্ধি ৷ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা ৷ প্ৰেমত শুভ ৷
মকৰ ৰাশি : সপ্তাহটো শুভ ৷ বৈবাহিক জীৱন সুখৰ ৷ বিবাহৰ যোগ ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন থাকিব ৷ কৰ্মত মনোনিৱেশ কৰক ৷ ভ্ৰমণৰ যোগ ৷
কুম্ভ ৰাশি : ভাল-বেয়াৰ মাজেৰে সপ্তাহটো পাৰ হ’ব ৷ খৰচ বৃদ্ধি ৷ কৰ্মব্যস্তততা বৃদ্ধি ৷ ব্যৱসায়ত লাভ ৷ স্বাস্থ্য উন্নত ৷ দাম্পত্য জীৱন সুখৰ ৷
মীন ৰাশি : সপ্তাহটো শুভ ৷ গ্ৰহ ভাল স্থানত আছে ৷ ভাগ্য ভাল ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ সপ্তাহ ৷ আয় বৃদ্ধি ৷ বৈদ্যুতিন সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷ কৰ্ম ক্ষেত্ৰত সুফল লাভ ৷