ETV Bharat / bharat

বাঘৰ মুক্ত বিচৰণ কৰ্ণাটকৰ চিকিৎসালয়ত - চিতা বাঘৰ আতংক

কৰ্ণাটকৰ ইয়াদাপুৰাৰ ওচৰৰ চামাৰাজানগৰৰ ইনষ্টিটিউট অফ মেডিকেল চাইঞ্চ এণ্ড হাস্পতালত বাঘৰ আতংক ৷ চিচি টিভি কেমেৰাত বন্দী মুক্ত বাঘৰ বিচৰণৰ দৃশ্য ৷

WATCH: Leopard strays into Karnataka hospital
বাঘৰ মুক্ত বিচৰণ কৰ্ণাটকৰ চিকিৎসালয়ত
author img

By

Published : Jan 7, 2021, 4:57 PM IST

Updated : Jan 7, 2021, 5:06 PM IST

নেশ্যনেল ডেস্ক, 7 জানুৱাৰী: বনাঞ্চলৰ পৰা ওলাই অহা বাঘৰ মুক্ত বিচৰন চিকিৎসালয়ত ৷ এইবাৰ কৰ্ণাটকৰ ইয়াদাপুৰাৰ ওচৰৰ চামাৰাজানগৰৰ ইনষ্টিটিউট অফ মেডিকেল চাইঞ্চ এণ্ড হাস্পতালত চিতা বাঘৰ আতংক ৷ চিকিৎসালয়খনৰ চিচি টিভি কেমেৰাত বন্দী হয় বাঘটোৰ মুক্ত বিচৰণৰ দৃশ্য ৷ তাৰ পাচতে আতংকৰ সৃষ্টি হয় চিকিৎসালয়খনত ৷

WATCH: Leopard strays into Karnataka hospital
বাঘৰ মুক্ত বিচৰণ কৰ্ণাটকৰ চিকিৎসালয়ত

বৃহস্পতিবাৰে চিকিৎসালয়খনৰ ভিতৰৰ এটা কেঠাৰ পৰা আন এটা কোঠালৈ মুক্ত বিচৰণ কৰিছিল বাঘটোৱে ৷ চিকিৎসালয়খনৰ চিকিৎসা কৰ্মীয়ে সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ বন বিভাগক খবৰ দিয়ে ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বাঘটোক পিঞ্জৰাবদ্ধ কৰাৰ লগতে ওচৰৰ হাবি এখনত মুকলি কৰি দিয়ে ৷

লগতে পঢ়ক: সবৰিমালা ৰেল প্ৰকল্পৰ আধা খৰচ বহন কৰিব কেৰালা চৰকাৰে

Last Updated : Jan 7, 2021, 5:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.