ETV Bharat / bharat

Vitamin B12 Deficiency: ভিটামিন B12ৰ অভাৱ বিপদজনক; শৰীৰত দেখা দিয়ে এনে পৰিবৰ্তন

আন সকলো পুষ্টিকৰ উপাদানৰ দৰে আমাকো ভিটামিন B12ৰ অতি প্ৰয়োজন । ইয়াৰ অভাৱৰ বাবে শৰীৰে বহু ধৰণৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । সেইবাবেই নিশ্চিতভাৱে ইয়াৰ লক্ষণসমূহ সময়মতে চিনাক্ত কৰাটো প্ৰয়োজন ।

Vitamin B12 deficiency is dangerous such changes start coming in the body
ভিটামিন B12ৰ অভাৱ বিপদজনক, শৰীৰত দেখা দিয়ে এনে পৰিবৰ্তন
author img

By

Published : Apr 21, 2023, 3:33 PM IST

ভিটামিন B12 এটা অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান, যিটো আমাৰ শৰীৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিন্তু আমাৰ ব্যস্ত জীৱনশৈলীৰ বাবে আমি প্ৰায়ে আমাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব নিদিওঁ আৰু এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানটোৰ অভাৱ হয় (What are the first signs of vitamin B12 deficiency)

যদি আমি দৈনন্দিন প্ৰয়োজনীয়তাৰ কথা কওঁ, তেন্তে পুৰুষৰ বাবে ২.৪ মাইক্ৰ’গ্ৰাম ভিটামিন B12 আৰু মহিলাৰ বাবে ২.৬ মাইক্ৰ’গ্ৰাম ভিটামিন খোৱাটো প্ৰয়োজনীয় । এই পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে অন্যথা শৰীৰে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে (Vitamin B12 Deficiency) ।

ভিটামিন B12ৰ অভাৱৰ লক্ষণ

১/ ভাগৰুৱা (Fatigue)

যদি আপুনি ভিটামিন B12ৰ অভাৱৰ সন্মুখীন হৈছে তেন্তে আপুনি প্ৰায়ে ভাগৰুৱা অনুভৱ কৰিব । আপোনাৰ শৰীৰৰ কোষবোৰে সঠিকভাৱে কাম কৰিবলৈ বি১২ৰ প্ৰয়োজন । ইয়াৰ অভাৱৰ বাবে ৰক্তকণিকা উৎপাদন কমি যাব পাৰে ৷ যাৰ ফলত অক্সিজেনৰ প্ৰবাহত ব্যাঘাত জন্মিত পাৰে । ভাগৰুৱা হোৱাটো নিশ্চিত (What happens when vitamin B12 is low) ৷

২/ হালধীয়া ছাল (Yellow Skin)

ভিটামিন B12ৰ অভাৱৰ বাবে আমাৰ ছালখন হালধীয়া হ’বলৈ আৰম্ভ কৰে, কাৰণ এই অৱস্থাত ৰক্তহীনতাৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে । তেজৰ অভাৱত কেৱল ছালৰ ৰং সলনি হোৱাই নহয় চকুৰ বগা ৰঙো হালধীয়া হৈ পৰে (How can I raise my B12 levels fast) । হালধীয়া ৰং আচলতে বিলিৰুবিনৰ মাত্ৰা অধিক হোৱাৰ বাবেই হয় (Vitamin B12 Rich Food)।

৩/ মূৰৰ বিষ (Headaches)

যেতিয়া শৰীৰত ভিটামিন বি কমিবলৈ আৰম্ভ কৰে তেতিয়া ই স্নায়ুজনিত পাৰ্শ্বক্ৰিয়া বৃদ্ধি কৰে, য’ত মূৰৰ বিষো অন্তৰ্ভুক্ত । এইটো এটা সাধাৰণ লক্ষণ, গতিকে ভুলতো ইয়াক আওকাণ কৰিবলৈ চেষ্টা নকৰিব (Yellow Skin)।

৫/ মানসিক সমস্যা(Mental health problem)

যিহেতু আমাৰ স্নায়ুতন্ত্ৰত ভিটামিন বিৰ অভাৱত নাৰ্ভাচ চিষ্টেমত প্ৰভাৱ পৰে, সেয়েহে ই আমাৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় (Mental Health) । এনে পৰিস্থিতিত আমি হতাশা, মানসিক চাপ আৰু খিংখিঙীয়াতাৰ সন্মুখীন হ’বলগীয়া হয় (Vitamin B12 Rich Food) ।

লগতে পঢ়ক: Pigeon Pea Benefits: Calcium ৰ বাবে গাখীৰতকৈ অধিক লাভদায়ক এইবিধ দালি, জানি লওক ইয়াৰ আচৰিত লাভালাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.