ETV Bharat / bharat

গুজৰাটত আৱৰ্জনা কঢ়িওৱা বাহনে কঢ়িয়ালে লাখটকীয়া ভেণ্টিলেটৰ

চুৰাট পৌৰ নিগমৰ আচৰিত কাণ্ড । পৌৰ নিগমৰ আৱৰ্জনা কঢ়িওৱা বাহনেৰে স্থানান্তৰ কৰা হ'ল কোটিটকীয়া ভেণ্টিলেটৰ । এই ঘটনাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ।

গুজৰাটত আৱৰ্জনা কঢ়িওৱা বাহনেৰে স্থানান্তৰ লাখ টকীয়া ভেণ্টিলেটৰ

author img

By

Published : Apr 7, 2021, 10:14 PM IST

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল: দেশৰ কেইবাখনো ৰাজ্যত শেহতীয়াকৈ ভয়ানকভাৱে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । ৰাজ্যসমূহৰ ভিতৰত গুজৰাট হৈছে অন্যতম । ইতিমধ্যে ৰাজ্যখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে চৰকাৰে । কঠোৰ হোৱা দেখা গৈছে স্বাস্থ্য বিভাগ তথা প্ৰশাসন । কিন্তু তাৰ মাজতে আচৰিত ঘটনা সংঘটিত হ'ল ৰাজ্যখনত ।

গুজৰাটত আৱৰ্জনা কঢ়িওৱা বাহনেৰে স্থানান্তৰ লাখ টকীয়া ভেণ্টিলেটৰ
গুজৰাটত আৱৰ্জনা কঢ়িওৱা বাহনে কঢ়িয়ালে লাখটকীয়া ভেণ্টিলেটৰ

ৰাজ্যখনৰ এখন হাস্পতালৰ পৰা আনখন হাস্পতাললৈ পৌৰ নিগমৰ আৱৰ্জনা কঢ়িওৱা বাহনেৰে স্থানান্তৰ কৰা হ'ল ভেণ্টিলেটৰ । লাখটকীয়া ভেণ্টিলেটৰ এনেদৰে চুৰাট পৌৰ নিগমৰ আৱৰ্জনা কঢ়িওৱা বাহনেৰে স্থানান্তৰ কৰা কাৰ্যক এতিয়া গৰিহণা দিছে সচেতন মহলে ।

উল্লেখ্য যে, ৰাজ্যখনত বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়বোৰে বিচনা আৰু অন্যান্য সুবিধাৰ অভাৱৰ সন্মুখীন হৈছে । তেনেস্থলত চুৰাট পৌৰ নিগম চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ে ভালচাদ অসামৰিক চিকিৎসালয়ৰ পৰা ভেণ্টিলেটৰ অৰ্ডাৰ দিছিল । কিন্তু লক্ষণীয়ভাৱে সেই ভেণ্টিলেটৰসমূহ চুৰাট পৌৰ নিগমৰ আৱৰ্জনা কঢ়িওৱা বাহনত স্থানান্তৰ কৰাত এতিয়া ক্ষোভিত হৈছে একাংশ লোক ।

লগতে পঢ়ক: ভাৰত-বাংলাদেশৰ সম্পৰ্ক হ'ব দুয়োখন দেশৰে সহায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.